• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধোনীয়ে ক্ৰিকেটৰ পৰা কিয় আঁতৰি আছে?

২০০৭ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম নায়ক যোগিন্দৰ শৰ্মাৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 5:01 pm
MS-Dhoni-1
26.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় দললৈ কেতিয়া প্ৰত্যাৱৰ্তন হ’ব বা ক্ৰিকেটাৰগৰাকীয়ে কেতিয়া অৱসৰ ঘোষণা কৰিব তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত অবাহত আছে চৰ্চা।

৩৮ বছৰীয়া ধোনীয়ে যোৱা বছৰ অনুষ্ঠিত হোৱা  বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে।

এনেবোৰ বিতৰ্ক চলি থকাৰ সময়তে ধোনীয়ে নিজৰ ভৱিষ্যৎ সম্পৰ্কে মত আগবঢ়াই কৈছিল, ‘জানুৱাৰিলৈকে কোনেও মোক একো নুশুধিব’।

প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশেষজ্ঞসকলে বিভিন্ন মন্তব্য কৰি থকাৰ সময়তে ধোনীয়ে কিয় ২০১৯ বিশ্বকাপৰ পিছৰ পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে তাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ২০০৭ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম নায়ক যোগিন্দৰ শৰ্মাই।

ধোনী সন্দৰ্ভত শৰ্মাই কয়, ‘শাৰিৰীক তথা মানসিকভাৱে ধোনী যথেষ্ট শক্তিশালী। ক্ৰিকেট জগতৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তৰ আঁৰত হয়তো বিভিন্ন কাৰণ থাকিব পাৰে। তেওঁৰ এটা পৰিয়াল আছে, ব্যক্তিগত জীৱন আছে, হয়তো তেওঁ নিজকে বেলেগ ধৰণে সাজু কৰি আছে’।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয় দলত স্থান লাভ কৰিছিল যোগিন্দৰ শৰ্মাই। তদুপৰি শৰ্মাই আই পি এলতো ধোনীৰ নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছত খেলিছিল।

‘২০১৭ চনলাকে মই হাৰিয়ানাৰ হৈ খেলিছিলো। ইয়াৰ পিছৰে পৰা মই আৰক্ষীৰ চাকৰিটো নিয়মিয়াকৈ কৰিবলৈ লও। সেয়ে বৰ্তমান মই ক্ৰিকেটৰ পৰা কিছু পৰিমানে আঁতৰি থাকিবলগীয়া হৈছে’। এইদৰে কয় যোগিন্দৰ শৰ্মাই।

উল্লেখ্য যে ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ বিশ্বকাপৰ শ্বাহৰুদ্ধকাৰী ফাইনেলত পাকিস্তানৰ অধিনায়ক মিছবাহ উল হকৰ বিৰুদ্ধে কৰা অন্তিম অ’ভাৰৰ বাবেই কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয়ত আজিও এক সুকীয়া স্থান দখল কৰি আছে যোগিন্দৰ শৰ্মাই।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd