• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কিয় আঁতৰিল ‘চকীদাৰ’? জনালে আব্দুল খালেকে

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , May 24, 2019 3:23 pm

1 min read

কিয় আঁতৰিল ‘চকীদাৰ’? জনালে আব্দুল খালেকে
2.8k
VIEWS
Share on FacebookShare on Twitter

কালি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত বৰপেটা লোকসভাৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে যোৱা নিশা সংবাদ মাধ্যমৰ আগত আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

আমেথিত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী পৰাজিত হোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খালেকে কয় যে নিৰ্বাচনত জয় পৰাজয় থাকে বাবেই বাজপেয়ী ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়েও পৰাজিত হৈছিল। ‘আমেথিত চক্ৰবেহুৰ দৰে ৰাহুল গান্ধীক শাসকীয় পক্ষই ঘেৰি ধৰিছিল’ তেওঁ কয়।

আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ পৰা ‘চকীদাৰ’ উপাধি প্ৰত্যাহাৰ কৰা ত্যাগ কৰা সম্পৰ্কতো মন্তব্য কৰে খালেকে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰচাৰত বিতত হৈ মোদীয়ে ‘চকীদাৰ’ উপাধি গ্ৰহণ কৰা বুলি উল্লেখ কৰি ফলাফলৰ পিছত ইয়াৰ প্ৰয়োজন নথকাৰ বাবে ‘চকীদাৰ’ উপাধি ত্যাগ কৰে বুলি কয় বৰপেটা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে।

Recent News

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd