• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

টেবল টেনিছ খেলৰ সৈতে যাৰ নাম ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে সেইগৰাকী প্ৰসিদ্ধ তাৰকা খেলুৱৈ মণিকা বাট্ৰাক বাদ দিয়া হৈছে আগন্তুক এছিয়াড আৰু কমনৱেলথ টেবল টেনিছ চেম্পিয়নশ্বিপৰ মূল দলৰ পৰা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 4:57 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেবল টেনিছ খেলৰ সৈতে যাৰ নাম ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে সেইগৰাকী প্ৰসিদ্ধ তাৰকা খেলুৱৈ মণিকা বাট্ৰাক বাদ দিয়া হৈছে আগন্তুক এছিয়াড আৰু কমনৱেলথ টেবল টেনিছ চেম্পিয়নশ্বিপৰ মূল দলৰ পৰা। বৰ্তমান তেওঁক কেৱল সংৰক্ষিত খেলুৱৈৰ তালিকাতহে স্থান দিয়া হৈছে। এই অনিয়মৰ বিৰুদ্ধে ক্ষুব্ধ হৈ অভিজ্ঞ খেলুৱৈগৰাকীয়ে এতিয়া পোনপটীয়াকৈ চৰকাৰৰ ওচৰ চাপিছে। দল নিৰ্বাচন প্ৰক্ৰিয়াত ব্যাপক অস্বচ্ছতাৰ অভিযোগ উত্থাপন কৰি মণিকাই দাবী কৰিছে যে কি যুক্তিত তেওঁক মূল দলৰ পৰা বাদ দিয়া হ’ল তাৰ স্পষ্ট উত্তৰ কৰ্তৃপক্ষই দিব লাগিব। ইয়াৰ উপৰিও টেবল টেনিছৰ নিৰ্বাচনী কমিটিৰ যোগ্যতা সন্দৰ্ভতো এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে এইগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে।

বুধবাৰে মণিকা বাট্ৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁক দলৰ পৰা আঁতৰাই ৰখাৰ সঠিক কাৰণ আৰু যুক্তি কৰ্তৃপক্ষই স্পষ্ট কৰিব লাগিব। যদিহে উপযুক্ত তথ্য প্ৰমাণ আৰু কাৰণ দৰ্শাই এই প্ৰশ্নৰ উত্তৰ দিয়া নহয় তেন্তে তেওঁ টেবল টেনিছ ফেডাৰেচনৰ বিৰুদ্ধে আইনি পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি তীব্ৰ হুংকাৰ প্ৰদান কৰিছে। একে সময়তে খেলুৱৈগৰাকীয়ে এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। এক বিবৃতিত মণিকাই স্পষ্ট কৰি দিয়ে যে বহুতে হয়তো ভাবিব পাৰে তেওঁ এতিয়া এছিয়াডৰ দলত সোমাবলৈ জোৰ জুলুম কৰিছে কিন্তু কথাটো তেনে নহয়। তেওঁ ইতিমধ্যে ঘোষণা কৰা দলটোৰ কোনো সালসলনি নিবিচাৰে কিন্তু তেওঁক কিয় মূল দলত স্থান দিয়া নহ’ল তাৰ জবাবদিহি বিচাৰিছে।

Apply Now

মণিকাই নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ লগতে বিগত এছিয়াডত দেশৰ হৈ ঐতিহাসিক পদক অৰ্জন কৰা ঐহিকা মুখোপাধ্যায়ৰ হৈয়ো মাত মাতিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা এনে এগৰাকী সফল খেলুৱৈক এইবাৰ কিয় দলৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হ’ল। তেওঁৰ মতে দেশৰ হৈ পদক জয় কৰা খেলুৱেৰ সৈতে যদি এনেধৰণৰ দুৰ্যৱহাৰ কৰা হয় তেন্তে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। এই নিৰ্বাচক কমিটিৰ সদস্যসকলে নিজে কেইখন অলিম্পিক বা এছিয়াড খেলিছে বুলিও তীব্ৰ কটাক্ষ কৰে কমনৱেলথত সোণৰ পদক বিজয়ী মণিকাই।

মন কৰিবলগীয়া যে এইবাৰ এছিয়াডৰ পুৰুষৰ দলত মানব ঠক্কৰ, মনুশ শাহ, হৰমিত দেশাই, পায়াস জৈন আৰু গণশেখৰন সাথিয়ানক অন্তৰ্ভুক্ত কৰা হৈছে। এই দলটোৰ সংৰক্ষিত খেলুৱৈ হিচাপে ৰখা হৈছে অংকুৰ ভট্টাচাৰ্য আৰু ৰণিত ভঞ্জক। আনহাতে মহিলাৰ দলটোত সুতীৰ্থা আৰু চিণ্ড্ৰেলাৰ উপৰিও শ্ৰীজা আকুলা, দিয়া চিতালে আৰু যশস্বিনী ঘোৰপৰে স্থান লাভ কৰিছে। আন এগৰাকী জ্যেষ্ঠ খেলুৱৈ স্বস্তিকা ঘোষৰ সৈতে মণিকাক সংৰক্ষিত তালিকাত ৰখা হৈছে যদিও ঐহিকা মুখোপাধ্যায়ে কোনো এখন তালিকাতে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd