• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাসহ দুজন আহত; ৪টা বাসগৃহ লণ্ডভণ্ড

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , May 16, 2020 6:52 pm

1 min read

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাসহ দুজন আহত; ৪টা বাসগৃহ লণ্ডভণ্ড
2.4k
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ ২নং মাকুম পথাৰত দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীয়ে যোৱা নিশা ৪টাকৈ ঘৰ ভাঙি পেলোৱাৰ লগতে হাতীৰ আক্ৰমণত মহিলাসহ দুজন লোক গুৰুতৰভাৱে আহত হয়৷

প্ৰাপ্ত তথ্য মতে খাদ্যসন্ধাত নিশা বনাঞ্চলৰ পৰা অহা দুটা বনৰীয়া হাতীয়ে ৰাজেন তাঁতী আৰু ভাৰতী গোৱালাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে আকাশ গোৱালা, ৰাজা গোৱালা, মিঠু গোৱালাৰ বাসগৃহ লণ্ডভণ্ড কৰে।

হাতী দুটাই ঘৰ কেইটাত থকা চাউল খাই পেলাই বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যোৱা বছৰত একেটা অঞ্চলতে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল৷

লকডাউনৰ সময়ত খাদ্যৰ সংকটত পৰা তথা হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত আৰু বাসগৃহ ধ্বংস হোৱা পৰিয়াল কেইটাৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰী সাহায্যৰ দাবী কৰিছে।

ইয়াৰ উপৰি তেওঁলোকে অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনায়।

দীৰ্ঘদিনে বনৰীয়া হাতীৰ আতংকত অঞ্চলটোৰ লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে যদিও

এইক্ষেত্ৰত মাৰ্ঘেৰিটা বনবিভাগে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে৷

তদুপৰি বিভিন্ন সময়ত হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহে বনবিভাগৰ পৰা কোনোধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উঠিছে৷

যোৱা নিশা ৪টাকৈ বাসগৃহ আৰু দুজন লোকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰা ঘটনাৰ পাছতো বন-বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd