• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰ-কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস, নিৰ্বিকাৰ বন বিভাগ

দীপক কুমাৰ পাঠক, বাক্সা-ৰিদিপ শৰ্মা,কলিয়াবৰ by দীপক কুমাৰ পাঠক, বাক্সা-ৰিদিপ শৰ্মা,কলিয়াবৰ
September 23, 2021 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ ঢেঁকীপোতা, গান্ধীবাৰী আদি অঞ্চলত বুধবাৰে নিশা প্ৰৱেশ বনৰীয়া হাতীৰ জাকে।

নাগ্ৰীজুলিৰ ঢেঁকীপোতা , গান্ধীবাৰী আদি অঞ্চলত নিশা বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি শালি ধানৰ খেতিত চলালে উপদ্ৰৱ।

বিগত কেইবাদিনো ধৰি ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই অঞ্চলটোত মুক্ত ভাৱে বিচৰণ কৰি আছে।

Apply Now

বুধবাৰে নিশা গান্ধীবাৰীৰ কাকতি চুপাত বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে প্ৰৱেশ কৰি মৃদুল কাকতি নামৰ লোক জনৰ প্ৰায় ১২ বিঘা কলৰ খেতি খাই নষ্ট কৰে।

একে গাঁৱৰে কেইবাজনো খেতিয়কৰ পকাধান খোৱাৰ লগতে গচকি নষ্ট কৰে।

মুছলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো গুৰুত্ব  নিদিয়াৰ অভিযোগ কৰিছে ৰাইজৰ।
উপায়বিহীন কৃষকে হাত দিছে মূৰে কপালে।

ইপিনে কলিয়াবৰৰ ডলিবাৰীতো বন্যহস্তীৰ সন্ত্ৰাস চলিছে। নিশা বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে।

যোৱা নিশা ডলিবাৰীৰ জ্যোতি শৰ্মাৰ ঘৰত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায়।

হাতীয়ে ভাঙিলে ভঁড়াল ঘৰ আৰু গোঁসাই ঘৰ। পকী ঘৰৰ বেৰ ভাঙি বহু সময় ধৰি হাতীয়ে সন্ত্ৰাস চলায়। বন বিভাগৰ বিৰুদ্ধে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ।

আনহাতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বন্য হস্তীৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ লৈছে।

প্ৰতিদিনেই বনাঞ্চল সমূহৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । কিন্তু হাতী খেদাত প্ৰায়ে বিফল হয় বন বিভাগৰ লোক।

দীপক কুমাৰ পাঠক, বাক্সা-ৰিদিপ শৰ্মা,কলিয়াবৰ

দীপক কুমাৰ পাঠক, বাক্সা-ৰিদিপ শৰ্মা,কলিয়াবৰ

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd