• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গোলাঘাটত চেতনানাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ত; নামবৰ অভয়াৰণ্যত মুকলি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , May 14, 2020 7:23 pm

1 min read

গোলাঘাটত চেতনানাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ত; নামবৰ অভয়াৰণ্যত মুকলি
3.5k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ টাৰফাট আহোম গাঁৱত ওলোৱা এটা বনৰীয়া মেঠোনক আজি গোলাঘাটৰ বন বিভাগে চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰে।

গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ পৰা যোৱা নিশা ওলাই আহি টাৰফাট আহোম গাঁৱৰ আশে পাশে শস্যৰ পথাৰৰ অনিষ্ট কৰা বনৰীয়া মেঠোনটোৰ বিৰুদ্ধে স্থানীয় লোকে বন বিভাগৰ ওচৰত আপত্তি কৰিছিল।

ইয়াৰ পিছতে গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আজি বনৰীয়া মেঠোনটোক পুৱা বেলাতে নামবৰ অভয়াৰণ্যলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয় বনকৰ্মীসকল।

পাচত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰে গোলাঘাটৰ বন বিভাগে ৷

গোলাঘাটৰ বন সংমণ্ডলৰ ডি এফ অ’ৰ পৰামৰ্শ মতে কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে টাৰফাট আহোম গাওঁত বনৰীয়া মেঠোনটোক  চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰি স্বাস্থ্য পৰীক্ষা কৰে।

পিচত সম্পূৰ্ণ সুস্থ অৱস্থাত মেঠোনটোক নামবৰ অভয়াৰণ্যত পুনৰ মুকলি কৰি দিয়া হয় ৷

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd