• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ বন্যপ্ৰাণীৰ ফাৰ্মৰ পৰা বিয়পিছিল কৰোণা! বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ বিস্ফোৰক ভাষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 4:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিশেষজ্ঞই ক’ভিড-১৯ সম্পৰ্কে এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে।

তেওঁ কৈছে যে মহামাৰীবিধৰ ভাইৰাছ কোনো লেবৰেটৰীৰ পৰা উৎপন্ন হোৱা নাই।

Apply Now

বৰঞ্চ চীনৰ বন্যপ্ৰাণীৰ ফাৰ্মসমূহৰ (wildlife farm) পৰা এই ভাইৰাছবিধ বিয়পা বুলি তেওঁ দাবী কৰিছে।

পিটাৰ ডাচজাক নামৰ ব্ৰিটিছ বিশেষজ্ঞজনে আমেৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ আগত এই দাবী কৰিছে.

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ বিষয়ে তথ্য লাভ কৰিবলৈ তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ এটা অনুসন্ধানকাৰী দলৰ স’তে চীন ভ্ৰমণ কৰিছিল।

তেওঁ কয় যে দক্ষিণ চীনৰ বন্যপ্ৰাণীৰ ফাৰ্মসমূহৰ পৰা ৱুহানৰ বজাৰৰ বিক্ৰেতাসকললৈ কেঁচা মাংসসমূহ যোগান ধৰা হয়।

যাৰ ফলত ৱুহানত প্ৰথমৰে পৰা এই মহামাৰীৰ সংক্ৰমণ হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ প্ৰমাণ লাভ কৰা বুলি তেওঁ জনাইছে।

ডাচজাকে কয় যে চীনৰ চৰকাৰেও কৰোণা ভাইৰাচৰ উৎপন্নস্থলী এই বন্যপ্ৰাণী ফাৰ্মসমূহ বুলিয়েই অনুমান কৰিছে।

ফাৰ্মসমূহৰ বাদুলীৰ পৰা মানুহৰ শৰীৰলৈ ভাইৰাচবিধ সংক্ৰমণ হোৱা বুলি চীনৰ চৰকাৰে ধাৰণা কৰিছে।

ডাচজাকে চীনৰ বন্যপ্ৰাণীৰ ফাৰ্মসমূহৰ বিষয়ে জনায় যে গ্ৰাম্যাঞ্চলৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবে চীনৰ চৰকাৰে এই ফাৰ্মসমূহৰ ব্যৱস্থা কৰিছিল।

ফাৰ্মসমূহত হগাগেদেৰা, কেটেলাপহু, বনৰীয়া কুকুৰ, বাঁহ নিগনিকে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণী পোঁহা হয় আৰু খাদ্যৰ বাবে বজাৰত তাৰ মাংসসমূহ বিক্ৰী কৰা হয়।

আনহাতে, বিশ্বস্বাস্থ্য সংস্থাই আশা প্ৰকাশ কৰিছে যে অনুসন্ধানকাৰী দলটোৰ প্ৰতিবেদনখন কিছু দিনৰ পাছতে পোৱা যাব।

অনুসন্ধানকাৰী দলটোৱে চলিত বৰ্ষৰ জানুৱাৰী মাহত চীন ভ্ৰমণ কৰিছিল।

ডাচজাকে জনোৱামতে, চীনে উক্ত ফাৰ্মসমূহ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বন্ধ কৰি দিছে।

ডাচজাকে কয় যে মহামাৰী বিয়পাৰ পাছতে ফাৰ্মসমূহৰ কৰ্তৃপক্ষক চৰকাৰে বন্যপ্ৰাণীসমূহ কিদৰে হত্যা কৰি পুতিব লাগে সেই বিষয়ে দিহা-পৰামৰ্শ প্ৰদান কৰিছিল, যাতে বন্যপ্ৰাণীসমূহৰ পৰা ৰোগ বিয়পিব নোৱাৰে।

ডাচজাকৰ এই ভাষ্যই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm
পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

August 10, 2026 8:42 pm
শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসমত জেলভৰো কাৰ্যসূচী, প্ৰায় ৬০ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসমত জেলভৰো কাৰ্যসূচী, প্ৰায় ৬০ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

August 10, 2026 8:32 pm
আমগুৰিৰ শান্তিবন এতিয়া ‘জুবিন নগৰ’: বানত সৰ্বস্বান্ত ১৮টা পৰিয়ালক নতুন ঘৰ উপহাৰ ইউটিউবাৰ মিষ্টাৰ বিটুৰ

আমগুৰিৰ শান্তিবন এতিয়া ‘জুবিন নগৰ’: বানত সৰ্বস্বান্ত ১৮টা পৰিয়ালক নতুন ঘৰ উপহাৰ ইউটিউবাৰ মিষ্টাৰ বিটুৰ

August 10, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm
পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

August 10, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd