• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পঞ্চদশ বিত্ত আয়োগে অসমৰ বান-খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰিব নেকি ? কি ক’লে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 6:23 pm
Power Meeting 5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Apply Now

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নদীৰ খহনীয়া সমস্যাটোক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰি ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যেই পঞ্চদশ বিত্তþ আয়োগৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰিছিল।

এই প্ৰতিবেদনৰ প্ৰতি সহাঁৰি জনাই আয়োগে নদীৰ খহনীয়া সমস্যাক এক দুৰ্যোগ হিচাপে চিহ্নিত কৰি এছডিআৰএফ আৰু এনডিআৰএফৰ অধীনত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৰামৰ্শাৱলী দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যখনৰ খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে এক বিশেষ প্ৰস্তাৱ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই বিষয়ত বিতং তথ্য সম্বলিত এক প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব।

এই পদক্ষেপে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ দিশত যথেষ্ট সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ভাৰত চৰকাৰে ৭৭২ কোটি টকা মঞ্জুৰ কৰিছে। ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে ৰাজ্যখনে লাভ কৰিছে।

বানপীড়িত লোকসকললৈ সাহায্য প্ৰদানৰ লগতে আনুষঙ্গিক কাম-কাজৰ বাবে জিলা উপাযুক্তসকললৈ ৰাজ্য চৰকাৰে ইতিমধ্যে পৰ্যাপ্ত পুঁজি মোকলাই দিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগতে প্ৰতিগৰাকী বানপীড়িত লোকে যাতে সময় মতে পৰ্যাপ্ত পৰিমাণৰ গুণগত, মানসম্পন্ন খাদ্য-সামগ্ৰী, শিশু খাদ্য আৰু  পশুখাদ্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে।

এই ক্ষেত্ৰত কোনোধৰণৰ হেমাহি সহ্য কৰা নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনসাধাৰণে একেসময়তে কেইবাটাও দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে। কোভিড-১৯, বানপানী, গৰাখহনীয়া, ধুমুহা, আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে।

ৰাইজৰ সহযোগত আৰু বিভিন্ন বিভাগৰ সহায়ত ৰাজ্য চৰকাৰে এই দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মথাউৰি নিৰ্মাণ, বানপানী আৰু খহনীয়া এলেকা নিজেই ভ্ৰমণ কৰি চৰজমিন বুজ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন তৎপৰতাৰে কৰাৰ বাবে জলসম্পদ বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ল’কডাউনৰ বাবে মথাউৰি মেৰামতি আৰু নিৰ্মাণকাৰ্য বাধাপ্ৰাপ্ত হৈছিল যদিও ল’কডাউনৰ শিথিলতাৰ মাজলৈ অনাৰ পিছত জলসম্পদ বিভাগে তৎপৰতাৰে কাম আৰম্ভ কৰে।

এই ক্ষেত্ৰত সাংসদ,বিধায়ক, পঞ্চায়ত প্ৰতিনিধি আৰু জনসাধাৰণে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িত লোকসকলে যাতে কোনোধৰণৰ সমস্যাৰ মুখামুখি হ’বলগীয়া নহয়, তাৰ বাবে উপাযুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd