• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত আকৌ নতুনকৈ দিয়া হ’ব নেকি লকডাউন? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2020 5:22 pm
Himanta (1)
817
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছে মূৰ দাঙি উঠাৰ সময়তে ভাৰতৰ একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।

অসমৰ যোৰহাটতো বিদেশৰ পৰা অহা এজন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছ ধৰা পৰিছে।

এনে পৰিস্থিতিত ক’ৰ’ণাৰ নতুন সংক্ৰমণ ৰোধ কৰাৰ বাবে অসম চৰকাৰেও আন কেইবাখনো ৰাজ্যৰ দৰে লক ডাউন ঘোষণা কৰিব নেকি?

এই প্ৰশ্ন এতিয়া ৰাজ্যৰ বহুতৰে মুখে মুখে।

ৰাজ্যবাসীৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰি আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত নতুনকৈ লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই।

অসমত কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে ৰাজ্যত এতিয়া ১০০ জনতকৈ কম লোক নিতৌ ক২ৰ’ণাত আক্ৰান্ত হৈছে।

ক’ৰ’ণাকলৈ দুশ্চিন্তা নকৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্বই কয় যে ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় খুলি দিয়া হ’ব।

এই ক্ষেত্ৰত চৰকাৰে  জনতাই পালন কৰিবলগীয়া কোভিড প্ৰটোকল শীঘ্ৰে ঘোষণা কৰিব বুলিও তেওঁ কয়।

উল্লেখ্য  ‘কোভিড-১৯ ৰ লগত ৰজিতা খুৱাই ১৫ ডিচেম্বৰৰ পৰা সীমিত ৰূপত হোষ্টেলসমূহ খুলি দিয়া হৈছে। চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিছে।

ইপিনে, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়সমূহ খোলা হ’ব বুলি তেওঁ  কিছুদিন পূৰ্বে সংবাদমেলত জানিবলৈ দিছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd