• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যুদ্ধৰ বাবে ভাৰততো বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? জনালে কেন্দ্ৰীয় মন্ত্ৰালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 8:47 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ পৰিৱেশৰ মাজতে দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাক লৈ সাধাৰণ জনতাৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছিল। বিশেষকৈ হৰমুজ প্ৰণালীৰে যাতায়তৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰাত ইন্ধনৰ নাটনি আৰু মূল্য বৃদ্ধিৰ আশংকাই বহুতকে চিন্তিত কৰি তুলিছিল। ইয়াৰ মাজতে মঙলবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে এই সন্দৰ্ভত এক স্পষ্টীকৰণ দিছে। এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত যুটীয়া সচিব সুজাতা শৰ্মাই জানিবলৈ দিয়ে যে বৰ্তমান দেশত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা চলি থাকিলেও সাধাৰণ গ্ৰাহকক সকাহ দিবলৈকে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষজ্ঞসকলৰ মতে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ বাবে বিশ্বৰ ইন্ধন বজাৰত ব্যাপক প্ৰভাৱ পৰিছে। তেল পৰিবহণৰ গুৰুত্বপূৰ্ণ জলপথসমূহ সামৰিক উত্তেজনাৰ বাবে বিপদাপন্ন হৈ পৰিছে। এনে পৰিস্থিতিত তেল বিপণন কোম্পানীসমূহে লোকচানৰ বোজা নিজে বহন কৰি হ’লেও গ্ৰাহকৰ ওপৰত অতিৰিক্ত চাপ পৰিবলৈ দিয়া নাই। যাৰ ফলত বিশ্ব বজাৰত অস্থিৰতা থকাৰ পাছতো দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ হৈ আছে। চৰকাৰৰ এই ঘোষণাই জনসাধাৰণক সাময়িকভাৱে হ’লেও এক ডাঙৰ সকাহ প্ৰদান কৰিছে।

Apply Now

অৱশ্যে পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত সকাহ পালেও ৰন্ধন গেছ বা এলপিজিৰ মূল্যক লৈ উদ্বেগ আঁতৰা নাই। মন্ত্ৰালয়ৰ তৰফৰ পৰা স্বীকাৰ কৰা হৈছে যে গেছৰ যোগান আৰু মূল্য এটা চিন্তাৰ বিষয় হৈ পৰিছে। সেয়েহে ইয়াৰ বিকল্প হিচাপে ইণ্ডাকচনৰ দৰে বৈদ্যুতিক সঁজুলি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে। হৰমুজ প্ৰণালীৰে যোগান ব্যৱস্থা উন্নত হোৱাৰ লগে লগে গেছৰ নাটনি কমিব বুলি আশা কৰা হৈছে যদিও মূল্যৰ ক্ষেত্ৰত এতিয়াও প্ৰত্যাহ্বান ৰৈ গৈছে। ইতিমধ্যে ঘৰুৱা ব্যৱহৃত সিলিন্ডাৰৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰো দাম বৃদ্ধি পাইছে। যিয়ে সাধাৰণ পৰিয়ালৰ লগতে সৰু ব্যৱসায়ীসকলৰ ওপৰতো আৰ্থিক বোজা জাপি দিছে।

বৰ্তমান দিল্লীৰ দৰে চহৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯১৩ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ মাজতে প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত থকা হিতাধিকাৰীসকলে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাকৈ ৰাজসাহায্য লাভ কৰি আছে, যিয়ে দৰিদ্ৰ পৰিয়ালসমূহক কিছু সহায় কৰিছে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে, যুদ্ধৰ এই জটিল সময়তো পেট্ৰ’ল আৰু ডিজেলৰ দাম নাবাঢ়ে বুলি চৰকাৰে জনোৱা বাৰ্তাই দেশবাসীক সকাহ দিছে যদিও এলপিজিৰ বৰ্ধিত মূল্যৰ পৰা কেতিয়া মুক্তি পোৱা যাব তাক লৈ এতিয়াও প্ৰশ্ন ৰৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd