• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথ্য আৰু জনসংযোগ বিভাগক লেকাম লগাবনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2018 10:51 pm
accreditation-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক স্বীকৃতি পত্ৰ প্ৰদান কৰা অনুষ্ঠান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ কৰ্মীৰ বাবে এলানি কল্যাণকামী আঁচনিক লৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগ্ৰহ প্ৰদৰ্শন কৰাৰ সময়ত একাংশ জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে ৰাজ্য চৰকাৰে।

অসম ৰাজ্যিক প্ৰে’ছ স্বীকৃতি সমিতিয়ে স্বীকৃতিৰ বাবে সাংবাদিকসকলৰ নাম যোৱা ২০ ছেপ্তেম্বৰত দাখিল কৰিছিল, আৰু মুখ্য মন্ত্ৰী সোণোৱালে ২৬ ছেপ্তেম্বৰত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত কাৰ্ডসমূহ বিতৰণ কৰিছিল।

Apply Now

সোণোৱালে ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলৰ সমস্যা ধৈৰ্য্য সহকাৰে শুনিছিল আৰু বাসগৃ্হ, স্বাস্থ্য আৰু সন্তানৰ শিক্ষাকে ধৰি এলানি কল্যাণকামী আঁচনি ৰূপায়ণৰ আশ্বাস দিছিল।

কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানত মুখ্য মন্ত্ৰীয়েই ইমান নিষ্ঠা প্ৰদৰ্শন কৰাৰ সময়ত তথ্য আৰু জনসংযোগ বিভাগৰ তদানীন্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই অসমৰ প্ৰতিজন প্ৰকৃত কৰ্মৰত সাংবাদিকে স্বীকৃতি পত্ৰ পোৱাক লৈ নেদেখুৱালে কোনো ব্যগ্ৰতা।

লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

হিন্দুস্তান টাইমছৰ জ্যেষ্ঠ সাংবাদিক উৎপল পৰাশৰক স্বীকৃতি দিয়া হোৱা নাই, অথচ তেওঁ দুই দশকতকৈও অধিক কাল এই বৃত্তিত আছে। গুৱাহাটীলৈ অহাৰ পূৰ্বে পৰাশৰ নেপালত হিন্দুস্তান টাইমছৰ বিদেশ সংবাদদাতা আছিল, তেওঁ সমগ্ৰ দক্ষিণ এছিয়াজুৰি জনাজাত। তেওঁ উত্তৰাখণ্ডৰ স্বীকৃতি সমিতিৰো সদস্য আছিল।

হিন্দুস্তান টাইমছত পৰাশৰৰ আন এগৰাকী সহকৰ্মী, গুৱাহাটীৰ বিশেষ সাংবাদিক চাদিক নকবিকো অসম চৰকাৰে স্বীকৃতি পত্ৰ প্ৰদান কৰা নাই। একেদৰে ভাৰতৰ দুই নিউজ এ’জেন্সি পিটিআই (Press Trust of India) আৰু ইউএনআই (United News of India)ৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিককো স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰি এক ভুল কৰিছে ৰাজীৱ প্ৰকাশ বৰুৱাই।

ইউএনআই-ৰ বাৰ্তা সমন্বয়ক (উত্তৰ-পূব) অভিজিত দেব আৰু পিটিআই-ৰ বিশেষ সংবাদদাতা দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে। প্ৰে’ছ ইনফৰ্মে’চন ব্যুৰ’ৰ স্বীকৃতি পত্ৰ আছে বুলি নথি-পত্ৰ জমা দিয়াৰ পিছতো অভিজিত দেবক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে অসম চৰকাৰে।

লগতে পঢ়ক– অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

অসমত দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ পিছতো দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ জ্যেষ্ঠ আই এ’ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাৰ পত্নী।

জ্যেষ্ঠ সাংবাদিকসকলক স্বীকৃতি পত্ৰ নিদিয়া সন্দৰ্ভত অসম চৰকাৰে বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, এ’ চি এছ বিষয়াৰূপে অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে যোৱা ২৮ ছেপ্তেম্বৰত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে এক চুক্তিভিত্তিক চাকৰি যোগাৰ কৰিবলৈ সক্ষম হৈছে ৰাজীৱ প্ৰকাশ বৰুৱা।

আশ্চৰ্য্যজনকভাৱে অসম চৰকাৰে এতিয়াও খামুচি আছে আওপুৰণি Assam Press Correspondents (Accreditation/ Recognition) Rules, 1989, আৰু দিআইপিআৰ-ৰ সঞ্চালক হিচাপে এই বিধিসমূহ সংশোধন নকৰি ৰাজীৱ প্ৰকাশ বৰুৱাৰ দৰে বিষয়াই তেওঁৰ কাৰ্য্যকালৰ প্ৰায় ১০ মাহ কাল নষ্ট কৰিলে।

জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজীৱ প্ৰকাশ বৰুৱাক লেকাম লগাব পাৰিবনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd