DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয় শস্য বজাৰলৈ ৰূপান্তৰ হ’ব”! – কৃষক নেতা ৰাকেশ টিকাইটৰ সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 1:06 pm
Rakesh Tikait
3.6k
VIEWS
Share on FacebookShare on Twitter

কৃষক নেতা ৰাকেশ টিকাইটে আজি চৰকাৰক সতৰ্ক কৰি দিছে যে যদি চৰকাৰে প্ৰতিবাদকাৰী কৃষক সকলক দিল্লীৰ সীমাৰ পৰা বলপূৰ্বক আঁতৰাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব। ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) মুৰব্বীজনে কয় যে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰিলে কৃষকসকলে সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয়সমূহক শস্যবজাৰলৈ পৰিৱৰ্তন কৰিব।

“যদি কৃষকসকলক বলপূৰ্বক সীমান্তৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা হয়, তেন্তে তেওঁলোকে সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয়সমূহক শস্য বজাৰলৈ পৰিৱৰ্তন কৰিব।” তেওঁ টুইটাৰত কয়।

 

किसानों को अगर बॉर्डरो से जबरन हटाने की कोशिश हुई तो वे देश भर में सरकारी दफ्तरों को गल्ला मंडी बना देंगे ।#FarmersProtest

— Rakesh Tikait (@RakeshTikaitBKU) October 31, 2021

দিল্লী আৰক্ষীয়ে গাজীপুৰ আৰু টিক্ৰী সীমান্তৰ পৰা চিমেণ্টৰ ব্লক আৰু বেৰিকেড আঁতৰ কৰাৰ দুদিন পিছত শ্ৰীযুত টিকাইটে এইদৰে মন্তব্য কৰিছে।

২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ প্ৰতিবাদ কৰি হাজাৰ হাজাৰ কৃষকে তিনিটা সীমান্ত – টিক্ৰি, সিংগু আৰু গাজীপুৰত শিবিৰ পাতি আছে।

প্ৰতিবাদকাৰী কৃষকসকলে দাবী কৰি আহিছে যে যোৱা বছৰ প্ৰণয়ন কৰা তিনিখন আইন তেওঁলোকৰ স্বাৰ্থৰ বিৰোধী আৰু সেই আইন তিনিখন কেন্দ্ৰই বাতিল কৰিব লাগে।

কিন্তু কৃষকসকলৰ এই দাবীলৈ কোনো কাণসাৰ কৰা নাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰৰ এই কৃষক বিৰোধী স্থিতিৰ বিৰুদ্ধে যোৱা এক বছৰ ধৰি আপোচহীন ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষক সকলে।

Recent News

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd