DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সুৰাৰ অভাৱত বন্ধ হৈ পৰিব সুৰা বিপনী; চৰকাৰক সুৰা যোগান নিশ্চিত কৰিবলৈ আহ্বান সুৰাপ্ৰেমীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2020 11:53 am
307
VIEWS
Share on FacebookShare on Twitter

দেশৰ লগতে ৰাজ্যত বৰ্তমান তৃতীয় পৰ্যায়ৰ ল’কডাউন চলি আছে আৰু তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাত গ্ৰীণ জ’ন সমূহত সুৰাৰ বিপনী সমূহ খুলি দিয়া হৈছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো সুৰাৰ বিপনী সমূহ খুলি দিয়া হৈছিল যদিও দুই-এদিনৰ ভিতৰত এই সুৰাৰ বিপনী সমূহ পুনৰ বন্ধ হৈ পৰিব।

আচৰিত কথা যে চৰকাৰী নিৰ্দেশনা অনুসৰি কোকৰাঝাৰৰ সুৰাৰ বিপনী সমূহ বন্ধ হোৱাৰ বিপৰীতে কোকৰাঝাৰত সুৰাৰ বিপনী সমূহ নিজে বন্ধ হৈ পৰিব।

বহুতে ভাবিছে ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই চাগে সুৰা বিপনীৰ মালিক সমূহে বিপনী সমূহ বন্ধ কৰিব কিন্তু প্ৰকৃততে গুদামত সুৰাৰ অভাৱৰ বাবেই বিপনী সমূহ বন্ধ হৈ পৰিব।

কোকৰাঝাৰলৈ মূলত বঙাইগাঁও আৰু ধুবুৰীৰৰ পৰা সুৰা আহে কিন্তু বৰ্তমান সময়ত দুয়োখন জিলা হালধীয়া জ’ন হোৱাত সুৰাৰ আমদানি বন্ধ হৈ আছে কোকৰাঝাৰত।

জিলাখনত দুই-তিনিখন সুৰাৰ বিপনী খোলা আছে যদিও সেই বিপনী কেইখনত সৰ্বসাধাৰণে ক্ৰয় কৰা কম মূল্যৰ সুৰা উপলব্ধ নহয়।

কোকৰাঝাৰত সুৰাৰ নাটনিৰ সময়তে সুৰাপ্ৰেমী সকলে চৰকাৰলৈ জিলাখনত সুৰা যোগান ধৰাৰ বাবে আহ্বান জনাইছে।

সুৰা বিক্ৰেতা সকলেও সুৰাৰ বিপনী খোলাৰ সমান্তৰালভাৱে সুৰা অনাৰ ব্যৱস্থা কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায়।

সূত্ৰ মতে, কোকৰাঝাৰ চহৰৰ সুৰাৰ বিপনী পৰা অসম চৰকাৰে প্ৰতি মাহে ৰাজহ সংগ্ৰহ কৰে এক কোটি বিছ লাখ টকা, তেনেধৰণে চিৰাং জিলাৰ পৰা নব্বৈ লাখ টকা চৰকাৰৰ ৰাজহৰ ঘৰত জমা হয়।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd