• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩টা গুৰুত্বপূৰ্ণ দাবীৰে ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰব্ৰজন বিৰোধী মঞ্চৰ সমাৱেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2018 2:40 pm

1 min read

Upamanyu Hazarika
367
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত অহা ৮ ডিচেম্বৰত প্ৰব্ৰজন বিৰোধী মঞ্চই গুৱাহাটীৰ লতাশিল খেলপথাৰত ‘সচেতন ৰাইজ’ৰ এক সমাবেশ আয়োজন কৰিব। আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই এই কথা সদৰী কৰে।

সংবাদমেলত হাজৰিকাই জানিবলৈ দিয়া মতে, ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা, সম্পূৰ্ণ পুনৰীক্ষণৰ দ্বাৰা এন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰা আৰু কোনো ধৰণৰ প্ৰব্ৰজনকাৰী যাতে নতুনকৈ নাগৰিক সংশোধনী বিধেয়ক বা আন কোনো প্ৰকাৰে সংস্থাপিত নহয় এই ৩টা দাবীত উক্ত সমাৱেশ অনুষ্ঠিত কৰা হ’ব।

তেওঁ কয় যে উক্ত দাবী ৩টা পূৰণ হ’লেহে অসমত খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা পৰিব। তদুপৰি চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্বৰ স্বাৰ্থত প্ৰতিশ্ৰুতি দিও পূৰণ কৰা নাই বুলি অভিযোগ কৰি হাজৰিকাই কয় যে জনসাধাৰণ যেনেকৈ নিৰাপত্তাহীনতাত ভোগিছে তেনেকৈ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক নিৰাপত্তাহীনতাত ভোগাব লাগিব।

আজিৰ সংবাদমেলৰ জৰিয়তে তেওঁ ২০১৯ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ উপৰোক্ত তিনিওটা দাবী মানি ল’বলৈ চৰকাৰক সময়সীমা বান্ধি দিয়ে।

Recent News

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd