• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদৰ ৰাগীত ৰে’ল লাইনেৰে এক কিলোমিটাৰ গাড়ী চলালে মহিলাই, তাৰ পিছত কি হ’ল চাওঁক ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 11:50 am
a woman
89k
VIEWS
Share on FacebookShare on Twitter

মদৰ ৰাগীত বহুতেই বহু নকৰিবলগীয়া কামেই কৰে।

এই গৰাকী মহিলাই মদ খোৱাৰ পিছত এনে এক কাম কৰিলে যিটো কামে মহিলাগৰাকীৰ নিজৰ লগতে আনৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ আশংকা বৃদ্ধি কৰিলে।

মদ্যপান কৰি হিতাহিত জ্ঞান হেৰুৱাই পোলোৱা মহিলা গৰাকীয়ে গাড়ী চলাই যাওঁতে পথ ভুল কৰি ৰাজপথ এৰি ৰে’ল লাইনেৰে চলাই নিলে নিজৰ গাড়ী খন।

প্ৰায় এক কিলোমিটাৰ পথ ৰে’ল লাইনেৰে গাড়ী চলাই নিয়াৰ পিছতো অৱশ্যে ঘটনাৰ তত ধৰিব পৰা নাছিল নিচাসক্ত মহিলা গৰাকীয়ে।

অৱশেষত যেনিবা গাড়ী খনৰ তিনিটাকৈ চকা ফুটি যোৱাৰ পিছত গাড়ী খন ৰে’ল লাইনতে নিজে নিজে ৰৈ যায়।

ঘটনাটো ঘটিছে স্পেইনৰ মালাগা চহৰত। মালাগা চহৰৰ মাজেৰে যোৱা ৰে’ল পথেৰেই মহিলাগৰাকীয়ে এক কিলোমিটাৰৰো বেছি পথ নিজৰ গাড়ী খন চলাই নিয়ে।

গাড়ী খনৰ চকা তিনিটা ফুটি গাড়ী খন ৰৈ যোৱাৰ পিছতহে ৰে’ল বিভাগৰ লোকে ঘটনাৰ বিষয়ে জানিব পাৰে।

লগে লগে বন্ধ কৰি দিয়া হয় সেই পথেৰে যাবলগীয়া সকলো ৰে’লৰ চলাচল।

আৰক্ষীয়ে ৰে’ল লাইনত পৰি ৰোৱা গাড়ী খনৰ পৰা নিচাসক্ত অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰে।

চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য আৰক্ষীয়ে ৰাজহুৱা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd