• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

বেংগালুৰুৰ বাসিন্দা সুৰভি আৰু কেৰালাৰ বাসিন্দা সঞ্জিত আলীৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। সুৰভিয়ে সঞ্জিতক বিয়া কৰাব বিচৰা বুলি পৰিয়ালক জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 1:23 pm
323
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ডেৰাডুনত হোম ষ্টেত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আকৌ হোম ষ্টেত আন এক হত্যাকাণ্ড। কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাত এটা হোম ষ্টেৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ২৬ বছৰীয়া যুৱতীৰ মৃতদেহ।

জানিব পৰা মতে, তেওঁ পেছাত এগৰাকী ফিজিঅ’থেৰাপিষ্ট আছিল। তেওঁৰ নাম সুৰভি। প্ৰেমিক সঞ্জিত আলীক অচেতন অৱস্থাত একেটা কোঠাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি বেংগালুৰুৰ বাসিন্দা সুৰভি আৰু কেৰালাৰ বাসিন্দা সঞ্জিত আলীৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। সুৰভিয়ে সঞ্জিতক বিয়া কৰাব বিচৰা বুলি পৰিয়ালক জনাইছিল। অৱশ্যে এই সন্দৰ্ভত পৰিয়ালটোৰ আপত্তি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তদন্তকাৰীয়ে দাবী কৰিছে যে পৰিয়ালটোৰ আপত্তিৰ পিছত দুয়োজনে ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত সুৰভিৰ পৰিয়ালে সন্ধানহীন ব্যক্তিৰ ডায়েৰী দাখিল কৰে। পিছত সুৰভিয়ে উভতি আহি কয় যে তেওঁ এজন প্ৰাপ্তবয়স্ক আৰু নিজৰ জীৱন সংগী বাছি লোৱাৰ অধিকাৰ আছে। ইয়াৰ পিছত তেওঁ সঞ্জিতৰ লগত থাকিবলৈ আৰম্ভ কৰে।

আৰক্ষী সূত্ৰই আৰু দাবী কৰে যে সুৰভি আৰু সঞ্জিতৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত এটা পাৰ্টিত ড্ৰাগছ উদ্ধাৰৰ সৈতে জড়িত গোচৰ ৰুজু কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে সুৰভিৰ পৰিয়ালে পিছত সুৰভিক সম্পৰ্কৰ পৰা ঘূৰাই আনি মহীশূৰৰ পুনৰ্বাসন কেন্দ্ৰত ভৰ্তি কৰে। তাত প্ৰায় ছমাহ মদ আৰু ড্ৰাগছ আসক্তিৰ চিকিৎসা গ্ৰহণ কৰি মাকৰ সৈতে বেংগালুৰুত থাকিবলৈ আৰম্ভ কৰে।

ইপিনে, সুৰভিৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে সঞ্জিত আলীয়ে সম্পৰ্কৰ সময়ত সুৰভিক ড্ৰাগছত আসক্ত কৰি তুলিছিল। পৰিয়ালৰ লোকে লগতে অভিযোগ কৰে যে সঞ্জিতে সুৰভিক কেইবাবাৰো শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু তেওঁৰ শৰীৰত আঘাতৰ চিন আছে। অৱশ্যে এই অভিযোগৰ সত্যতা এতিয়াও স্বতন্ত্ৰভাৱে নিশ্চিত কৰা নাই আৰক্ষীয়ে।

সোমবাৰে হোম ষ্টেৰ পৰা সুৰভিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আনহাতে, অচেতন অৱস্থাত উদ্ধাৰ হোৱা সঞ্জিত আলী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে জনোৱা মতে, শাৰীৰিক অৱস্থা সুস্থিৰ হ’লে তেওঁক জেৰা কৰা হ’ব।

আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ফৰেনছিক পৰীক্ষাৰ ফলাফল আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰি মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰি থকা হৈছে। সকলো দিশ পৰীক্ষা কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd