• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰত মহিলাক ধৰ্ষণৰ অপচেষ্টা, কাটি নিলে হাতৰ আঙুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2021 7:38 pm
Attempt to rape woman in Kachar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰত এগৰাকী মহিলাক বলাৎকাৰ আৰু হত্যাৰ চেষ্টা কৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, ঢোলাই আৰক্ষী থানাৰ অন্তৰ্গত পুনিহাৱাই গাঁৱত ২৫ অক্টোবৰতে সংঘটিত ঘটনাটো দেওবাৰেহে পোহৰলৈ আহে।

নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে মণিৰুদ্দিন আৰু ৰিয়াজ নামৰ ব্যক্তি দুজনে মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা কৰে আৰু প্ৰতিৰোধ কৰিলে তেওঁৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি দিয়ে।

মহিলাগৰাকীয়ে লগতে কয় যে তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু ব্যক্তি দুজনে এটা তীক্ষ্ণ বস্তুৰে তেওঁক আক্ৰমণ কৰিছিল। সৌভাগ্যক্ৰমে মহিলাগৰাকী পলাই যাবলৈ সক্ষম হয় যদিও নিৰ্যাতনকাৰী ব্যক্তি দুজনে তেওঁৰ বাওঁ হাতৰ চাৰিটা আঙুলি কাটি পেলাই বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে গোচৰ পঞ্জীয়ন কৰিব বিচৰা নাছিল যদিও পিছত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

Apply Now

আনহাতে স্থানীয় ঢোলাই আৰক্ষীয়ে অভিযুক্ত ব্যক্তি দুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয়, “মই ঢোলাই আৰক্ষী থানালৈ গৈছিলো আৰু আৰক্ষীৰ সৈতে দীঘলীয়া তৰ্ক-বিতৰ্কৰ পিছত ২৫ অক্টোবৰত গোচৰটো পঞ্জীয়ন কৰিছিলো। কিন্তু আৰক্ষীয়ে আনকি অভিযুক্তজনক আৰক্ষী চকীলৈ আহিবলৈ নিৰ্দেশ দিয়া নাছিল।”

অভিযুক্ত ব্যক্তি দুজনে পিছত তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল বুলি অভিযোগ কৰি তেওঁ কয় যে হত্যাৰ ভয়ত তেওঁ মই পলাই যাব লগা হৈছিল আৰু শিলচৰ চহৰৰ ৰাস্তাত একমাত্ৰ পুত্ৰৰ ভোক নিৰাময়ৰ বাবে ভিক্ষা বৃত্তি গ্ৰহণ কৰিবলগা হয়।

ইফালে, ঢোলাই আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীয়ে কৰা দাবী খণ্ডন কৰিছে। অভিযুক্ত ব্যক্তি দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান জেৰা কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী ভাৰপ্ৰাপ্ত চাহাভুদ্দিন বৰভূঞাই।

অভিযুক্ত মণিৰুদ্দিন আৰু ৰিয়াজ বিদিয়াৰতনপুৰ গাঁৱৰ বুলি তেওঁ জানিবলৈ দিয়ে।

দুয়োজন অভিযুক্তকে সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd