• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেম জনমে জনমে, দুৰ্ঘটনাত মৃত্যু ঘটা প্ৰেমিকৰ আত্মাক বিয়া কৰাব যুৱতীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 1:26 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ সম্পৰ্কক আৰু এঢাপ আগুৱাই নিবলৈ এক প্ৰেমিক যুগলে বিয়াৰ সিদ্ধান্ত লৈছিল। বিবাহক লৈ প্ৰত্যেকৰে এক সুকীয়া অনুভৱ আৰু সপোন থাকে। এনেকুৱাই আছিল টাইৱানৰ ইউ নামৰ এগৰাকী যুৱতীৰ সপোন। কিন্তু সংসাৰ গঢ়াৰ আগতেই সকলো শেষ।

যোৱা ১৫ জুলাইত এক গাড়ী দুৰ্ঘটনাত প্ৰেমিকৰ মৃত্যু হয়। সেই দুৰ্ঘটনাটোত প্ৰেমিকা ইউও জড়িত আছিল। সৌভাগ্যক্ৰমে তেওঁ বাচিল। কিন্তু প্ৰেমিকৰ মৃত্যুত তেওঁ শোকত পৰিল। সেয়ে তেওঁ মৃত প্ৰেমিকৰ আত্মাৰ লগত বিবাহ (ghost wedding) অনুষ্ঠানৰ আয়োজন কৰিছে। তাৰমানে মৃত প্ৰেমিককে বিয়া কৰাব যুৱতীগৰাকীয়ে। শোকত ভাগি পৰাৰ মাজতে তেওঁ ভালপোৱাজনক শ্ৰদ্ধা  জনোৱাৰ বাবে এনে সিদ্ধান্ত লয়।

জনা যায় যে এই ঘোষ্ট ৱেডিং চীনত ৩০০০ বছৰ পুৰণি পৰম্পৰা। বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে কোনো কাম আধৰুৱা কৰি মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ আত্মাই শান্তি নাপায়। বিশেষকৈ বিবাহৰ ক্ষেত্ৰত। সেই পৰম্পৰাক সন্মান জনাই প্ৰয়াত প্ৰেমিকৰ বৃদ্ধ মাতৃৰ যত্ন লোৱাৰ সিদ্ধান্ত লয় ইউ-য়ে।  মৃত প্ৰেমিকৰ ছবি আৰু সাজ-পোছাক সন্মুখত ৰাখি এই ধৰণৰ বিবাহ অনুষ্ঠান সম্পন্ন কৰা হয়।

Apply Now

এই পৰম্পৰাৰ দুটা দিশ আছে। এটা, বিয়াৰ আগতে বা বিয়াৰ সময়ত যেতিয়া এহাল দম্পতীয়ে একেলগে মৃত্যুবৰণ কৰে। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালে বিবাহ অনুষ্ঠানৰ আয়োজন কৰি তেওঁলোকক একেলগে সমাধিস্থ কৰে। আনটো, যেতিয়া দম্পতীহালৰ এজনৰ মৃত্যু হয়, আনজন জীয়াই থাকে তেন্তে তেওঁলোকৰ পৰিয়ালে মৃতকৰ লগত আনজনৰ বিবাহৰ ব্যৱস্থা কৰে।

প্ৰসংগক্ৰমে জনা গৈছে যে টাইৱানৰ ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। সেই সময়ত গাড়ীখনত পাঁচজন মানুহ আছিল। প্ৰেমিকৰ লগত তেওঁৰ ভনীয়েকো আছিল। তাত আহত তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইউ-য়ে। কিন্তু প্ৰেমিকক উদ্ধাৰ কৰিব নোৱাৰিলে। এই দুৰ্ঘটনাত প্ৰেমিক আৰু তেওঁৰ ভগ্নীৰ মৃত্যু হয়। মৃত প্ৰেমিকৰ মাতৃয়ে একেলগে দুটা সন্তান হেৰুৱাই শোকস্তব্ধ হৈ পৰে। সেয়ে ইউৱে সিদ্ধান্ত লয় যে তেওঁ নিজৰ প্ৰয়াত প্ৰেমিকক বিয়া কৰাব। আৰু তেওঁৰ বৃদ্ধা মাতৃক চোৱাচিতা কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd