• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ড্ৰাগছ সৰবৰাহ : মহিলাসহ গ্ৰেপ্তাৰ ৪ গৰাকী ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 3:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ টাস্ক ফ’ৰ্চ অসমে চলোৱা এক অভিযানত বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰা অঞ্চলত চাৰিজন কুখ্যাত ড্ৰাগছ বেপাৰীক আটক কৰা হয়।

চোৰাংচোৱাৰ তথ্যৰ অনুসৰি চলোৱা এই অভিযানত ১১৯.৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয় , যাৰ আনুমানিক মূল্য ১১,১০০ টকা। অভিযানত তিনিটা মোবাইল ফোন আৰু বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। 

Apply Now

খানাপাৰা উৰণীয়া সেতুৰ তলত আৰক্ষীয়ে এই ৪ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। 

ধৃত ব্যক্তিকেইজনৰ নাম ধন ৰাভা, আইনুল শ্বেখ, কেটেপ বড়ো, আৰু সুনৱনী বেগম। 

শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ ৰহমান হাস্পতালৰ সন্মুখত এক ড্ৰাগছ ব্যৱসায় বন্ধ কৰিছিল। 

বিশেষ টাস্ক ফ’ৰ্চৰ আই জি পি পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ ক্ৰী পাঠকৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান।

নিৰ্ভৰযোগ্য উৎসৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি আাৰক্ষীৰ দলটোৱে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

August 10, 2026 3:25 pm
দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

August 10, 2026 3:09 pm
‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

August 10, 2026 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

August 10, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd