DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধনশিৰিৰ বালিত পুতি থোৱা অৱস্থাত কুইণ্টলে কুইণ্টলে লালিগুৰ উদ্ধাৰ

বালিত পুতি থোৱা অশোধিত চুলাইভৰ্তি ড্ৰামৰ লগতে চুলাইত ব্যৱহৃত বিষাক্ত দ্ৰব্য উদ্ধাৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 25, 2019 9:51 pm
594
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত নৰসংহাৰ কৰা চুলাইৰ ভাতীৰ বিৰুদ্ধে আজি গোলাঘাটৰ কেইবাটা স্থানৰ ৰাইজে অভিযান চলাওঁতে ধনশিৰিৰ নৈ পাৰৰ বালিত পুতি থোৱা অৱস্থাত বহু কুইণ্টল লালিগুৰ, কেইবা হাজাৰ লিটাৰ অশোধিত চুলাই উদ্ধাৰ কৰে।

নামবৰ হাবিৰ কাষত হুৰহুৰীয়াৰ ধনশিৰিৰ বালিত এইবোৰ বস্তাত ভৰাই পুতি থোৱা আছিল। আনহাতে অশোধিত চুলাইবোৰ বালিত দ গাঁত খান্দি বৃহৎ ড্ৰামত দৰৱ দি গেলাই থোৱা অৱস্থাত আছিল।

এইবোৰৰ উপৰি চুলাইত ব্যৱহাৰ কৰা বিষাক্ত ঔষধৰ টোপোলাও নদীৰ বালিত পায় অভিযান চলোৱা পুৰুষ-মহিলাৰ দলটোৱে।

ৰিকুমনি ৰাজখোৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে গাঁত খান্দি খান্দি এইবোৰ বালিৰ পৰা উলিয়াই ধ্বংস কৰি পেলায়। মদ বনোৱা চালিখনো জ্বলাই দিয়ে পুৰুষ-মহিলাৰ দলটোৱে। বিষাক্ত ঔষধখিনি আৰক্ষীক গতাই দিয়ে।

ইপিনে চুলাই বেপাৰী তনু কোচক ধৰি ৰাইজে বৰপথাৰ আৰক্ষীক চমজাই দিয়ে।

আনহাতে মদমুক্ত বাহিনীৰ নমিতা হাজৰিকাৰ নেতৃত্বত দক্ষিণ হেংগেৰা আদি অঞ্চলত হাজাৰ হাজাৰ লিটাৰ মদ নষ্ট কৰা হয়। আজি জিলাখনৰ ৰঙামাটিকে ধৰি বিভিন্ন স্থানত বাহিনীটোৱে চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে৷

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd