• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শৰীমালা মন্দিৰত ৫০ বছৰৰ তলৰ মহিলাৰ প্ৰৱেশ বন্ধ : নিৰ্বাচনৰ পূৰ্বে কেৰালাৰ বাওঁপন্থী চৰকাৰৰ ধৰ্মপ্ৰীতি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2026 1:33 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীমালা মন্দিৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতৰ্কই এতিয়া এক নতুন মোৰ লৈছে। কেৰালাৰ বাওঁপন্থী গণতান্ত্ৰিক মৰ্চা চৰকাৰে পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে চৰকাৰে এতিয়া উচ্চতম ন্যায়ালয়ত জনাব যে শৰীমালা মন্দিৰত ৫০ বছৰৰ তলৰ মহিলাৰ প্ৰৱেশ বন্ধ ৰখাটোৱেই উচিত যাতে মন্দিৰটোৰ পুৰণি ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ থাকে।

শুকুৰবাৰে মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন বিশেষ কেবিনেট বৈঠকত ত্ৰিবাঙ্কুৰ দেৱস্বম বৰ্ডৰ প্ৰস্তাৱক চৰকাৰে সমৰ্থন জনায়। উল্লেখ্য যে এই বৰ্ডখনেই শৰীমালা মন্দিৰৰ পৰিচালনাৰ দায়িত্বত আছে। তেওঁলোকৰ মতে ভগৱান আয়াপ্পাৰ মন্দিৰত ঋতুমতী মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাটো এক প্ৰাচীন ৰীতি যিটো পালন কৰা দৰকাৰ।

Apply Now

চৰকাৰে জনাইছে যে অহা ১৪ মাৰ্চৰ ভিতৰত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰা হ’ব। ন্যায়ালয়ে সাতটা নিৰ্দিষ্ট সাংবিধানিক আৰু আইনী প্ৰশ্নৰ ওপৰত ৰাজ্য চৰকাৰৰ মতামত বিচাৰিছিল। মন কৰিবলগীয়া যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ে সকলো বয়সৰ মহিলাক শৰীমালাত প্ৰৱেশৰ অনুমতি দি এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। সেই ৰায়ৰ পুনৰ বিবেচনাৰ আবেদনৰ শুনানি অহা ৭ এপ্ৰিলৰ পৰা মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত আৰম্ভ হ’ব। চিপিআইএমৰ এই স্থিতি সলনিক লৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে যদিও দলৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দনে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ মূল আদৰ্শৰ কোনো পৰিৱৰ্তন হোৱা নাই। তেওঁৰ মতে আইনী বিশেষজ্ঞৰ সৈতে আলোচনা কৰিহে এই সিদ্ধান্ত লোৱা হৈছে।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখিয়েই পিনাৰায়ী বিজয়ন চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৮ চনৰ ন্যায়ালয়ৰ ৰায়ৰ পিছত কেৰালাত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু তেতিয়া বাওঁপন্থী চৰকাৰে সেই ৰায়টোক সমৰ্থন কৰিছিল। কিন্তু নিৰ্বাচনৰ মুখত এতিয়া ধৰ্মপ্ৰাণ লোকসকলৰ অসন্তুষ্টিৰ পৰা বাচিবলৈ আৰু বিৰোধী দল কংগ্ৰেছ বা বিজেপিয়ে যাতে এই বিষয়টোক লৈ ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবেই চৰকাৰে নিজৰ স্থিতি সলনি কৰা বুলি ধাৰণা কৰা হৈছে। এইদৰেই পৰম্পৰাগত ভক্তসকলক কাষ চপাই নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বাওঁপন্থী চৰকাৰে এতিয়া পুৰণি ধৰ্মীয় ৰীতিৰ পক্ষত থিয় দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd