• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 30, 2025 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহিন আছে বিহাৰৰন বিধানসভা নিৰ্বাচন। তাৰপূৰ্বে ৰাজ্যখনৰ সংবাদ মাধ্যমসমূহে সমীক্ষা আৰম্ভ কৰিছে। সমীক্ষা অনুসৰি বিহাৰৰ অধিক সংখ্যক জনতাই মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক বিচাৰে।

সমীক্ষাত অংশগ্ৰহণ কৰা ১৮ৰ পৰা ২৯ বছৰ বয়সৰ প্ৰায় ৪২ শতাংশ যুৱ ভোটাৰে তেজস্বী যাদৱক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভোটদান কৰে। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।

Apply Now

অ’পিনিয়ন প’লত অংশগ্ৰহণ কৰা ৩৯ শতাংশ লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক বিচাৰিছে। আনহাতে ৩৪ শতাংশ লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰক বিচাৰিছে। শেহতীয়াকৈ ইনকইনচাইটে কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

সমীক্ষাৰ ফলাফল অনুসৰি ৩০ৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ আৰু ৬০ বছৰৰ ওপৰৰ ভোটাৰে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। অৱশ্যে ৪০ৰ পৰা ৪৯ বছৰ আৰু ৫০ৰ পৰা ৫৯ বছৰ বয়সৰ গৰিষ্ঠসংখ্যক লোকে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে।

অৱশ্যে ৪২ শতাংশ কম বয়সীয়া ভোটাৰে তেজস্বী যাদৱক মুখ্যমন্ত্রী হিচাপে বিচৰাৰ বিপৰীতে বিহাৰৰ ৪৫ শতাংশ মহিলাই নীতিশ কুমাৰক মুখ্যমন্ত্রী হিচাপে আৰু ৪৫.৮ শতাংশ বিহাৰ পুৰুষে তেজস্বী যাদৱক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷

সমীক্ষাত অংশগ্ৰহণ কৰা মুঠ ৪৪.৬ শতাংশ যুৱকে এন ডি এ চৰকাৰৰ সপক্ষে মত দিয়ে। ৩৯.৫ শতাংশ যুৱ ভোটাৰে কয় যে যদি এতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে মহাগঠবন্ধনক ভোট দিব। আনহাতে, মাত্ৰ ০.৭৬ শতাংশ যুৱকেহে প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিক ভোট দিম বুলি কয়।

১৮-২৯ বছৰ বয়সৰ প্ৰায় ৪২% লোকে কয় যে তেজস্বী যাদৱক বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া উচিত। আনহাতে, ২৭.৭% লোকে নীতিশ কুমাৰক পছন্দ কৰে। প্ৰায় ২% প্ৰশান্ত কিশোৰ, ৭% চিৰাগ পাছৱান, ১.৬১% সম্ৰাট চৌধুৰী আৰু ১৩.৩৯% লোকে মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ পৰা নতুন মুখ চাব বিচাৰে।বৰ্তমানৰ সমীক্ষাৰ বিষয়ে ইনকইনচাইটে কয় যে এয়া ‘বিহাৰৰ প্ৰথম আৰু সৰ্ববৃহৎ জনমত সমীক্ষা’। এই সমীক্ষাত বিহাৰৰ ২৪৩টা বিধানসভা সমষ্টিৰ ১৯৪টা সমষ্টিৰ পৰা ৫,১৪৫ জন লোকে অংশগ্ৰহণ কৰে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত কৰা হৈছে এই সমীক্ষা।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd