• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব : নাৰায়ণ মুৰ্থি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 2, 2020 7:35 am

1 min read

ভাৰতীয় অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব : নাৰায়ণ মুৰ্থি

নাৰায়ণ মুৰ্থি

34.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত পৰা প্ৰভাৱ সম্পৰ্কত মত ব্যক্ত কৰিছে ইনফোচিছৰ সহযোগী প্ৰতিষ্ঠাতা নাৰায়ণ মুৰ্থিয়ে।

ল’কডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ভাৰতীয় অৰ্থনীতি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মুৰ্থিয়ে দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ হ’লে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

‘‘আগন্তুক ২-৩ বছৰৰ বাবে আমি সপ্তাহত ৪০ ঘণ্টাৰ পৰিৱৰ্তে দৈনিক ১০ ঘণ্টাকৈ সপ্তাহত ছয় দিন অৰ্থাৎ সপ্তাহত ৬০ ঘণ্টা কাম কৰিব লাগিব যাতে দেশৰ অৰ্থনীতিক তৰান্বিত কৰিব পাৰো,’’ নাৰায়ণ মুৰ্থিয়ে এটা সাক্ষাৎকাৰত কয়।

আনহাতে, অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ সকলেৰে গঠিত এখন বিশেষজ্ঞ কমিটি গঠন কৰি পৰামৰ্শৰ বাবে নিয়োগ কৰা প্ৰয়োজন বুলিও তেও লগতে কয়।

এনেধৰণে কাম কৰিলে দেশে পুৰ্বতকৈ শক্তিশালীভাৱে অৰ্থনৈতিক দিশত আত্মপ্ৰকাশ কৰিব পাৰিব বুলিও মুৰ্থিয়ে আশা ব্যক্ত কৰে।

নাৰায়ণ মুৰ্থিৰ পৰামৰ্শক ছ’চিয়েল মিডিয়াত বিভিন্ন জনে সমালোচনা কৰাও দেখা গৈছে।

বিভিন্ন জনে নাৰায়ণ মুৰ্থিৰ পৰামৰ্শৰ পূৰ্বৰে পৰা এনেধৰণে কাম কৰি থকা হৈছে বুলি উল্লেখ কৰি তেওঁক পুনৰ এই সম্পৰ্কে প্ৰয়োজন নাই বুলি কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ভাৰতৰ লগতে সমগ্ৰ বিশ্ব অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd