• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙালী বিহুৰ দিনাও ডিকম বাগিচাৰ কৰ্তৃপক্ষই কৰ্মত নিয়োজিত কৰিলে শ্ৰমিকক

NE NOW NEWS অভীক চক্ৰৱৰ্তী
ডিব্ৰুগড় , April 14, 2020 7:05 pm

1 min read

tea-garden-bonus-issue

প্ৰতিনিধিত্বমূলক ছবি

3.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংক আৰু দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে ৰাজ্যত আগমণ ঘটিল বাপুতিসাহোন ৰঙালী বিহুৰ।

ল’কডাউনৰ কঠোৰ নিৰ্দশনা মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু লোকে অনুষ্টুপীয়াকৈ ৰঙালী বিহু উদযাপন কৰা দেখা গৈছে।

এই ৰঙালী বিহু দিনাই উজনি অসমৰ এখন চাহ বাগিচাত এক নাভূত-নাশ্ৰূত দৃশ্য দেখা গ’ল।

উজনি অসমৰ ডিব্ৰুগড় জিলাৰ ডিকম চাহ বাগিচাত আজি ৰঙালী বিহুৰ দিনাও শ্ৰমিকক কামত নিয়োজিত কৰা দেখা গ’ল।

জানিব পৰা মতে বাগিচাৰ শ্ৰমিকসকলক ২১ দিনীয়া  ল’কডাউনৰ সময়ত বাগিচাৰ কৰ্তৃপক্ষই মজুৰী, ৰেচন আৰু স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ফলত বাগিচাখনে বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বাবে আজি ৰঙালী বিহুৰ বন্ধ দিনটোত শ্ৰমিকসকলে মজুৰীবিহীনভাৱে কৰ্মত নিজকে নিয়োজিত কৰিছে।

ৰাছেল গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰিজৰ ৬৫১ হেক্টৰ ভূমিৰ ডিকম বাগিচাখনত ১,২০০ স্থায়ী শ্ৰমিক আৰু সমপৰিমাণৰ অস্থায়ী শ্ৰমিক আছে। বাগিচাখনে বছৰি প্ৰায় ১২ লাখ কিলোগ্ৰাম চাহ উৎপাদন কৰে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd