• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ ভূমিশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত থলুৱা গীতৰ কৰ্মশালা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 6, 2022 9:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলা সাহিত্য সভাৰ অন্যতম শাখা ভূমিশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত থলুৱা লোক – সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত এক বিশেষ সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ৷

এই বিশেষ সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ উপলক্ষে এক উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

Apply Now

শাখাৰ সভাপতি ইন্দুমতী শইকীয়াই পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত এমাহ ধৰি চলিবলগীয়া কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰি বঙাইগাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড০ ৰূপাঞ্জলী দেৱূীয়ে থলুৱা গীত-মাতসমূহৰ লগত শিশুৰ চাৰিত্ৰিক বৈশিষ্ট সাঙোৰ খাই আছে বুলি কৈ এনে কৰ্মশালাই থলুৱা কৃষ্টি- সংস্কৃতি ৰক্ষাত অন্যতম ভূমিকা পালন কৰিব পাৰে বুলি উদ্যোক্তাসকলক সজাগ হৈ শিশুসকলক লক্ষ্যত উপনীত হ’বলৈ সকলো প্ৰয়াস কৰিবলৈ আহ্বান জনায়।

আনহাতে নিৰ্দ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট লেখক গোপেশ্বৰ তালুকদাৰে থলুৱা সংস্কৃতিৰ অৱলুপ্তিৰ দিনত এনে কৰ্মই সকলোতে মান্যতা পাব বুলি আশা প্ৰকাশ কৰে ৷ কিয়নো আমি যদি এতিয়াই সজাগ নহও তেনেহ’লে অসমীয়া জাতিৰ দুৰ্দিন আহিবলৈ খুউব বেছি পৰ নালাগিব বুলি তেওঁৰ নিজৰ অনুভৱ ব্যক্ত কৰে।

ইপিনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে উক্ত কৰ্মশালাই প্ৰভুত সম্ভাৱনা কঢ়িয়াই আনিছে বুলি কৈ উঠি অহা নৱ প্ৰজন্মই ইয়াৰ পূৰ্ণ সুযোগ ল’ব লাগে বুলি বক্তব্য ৰাখে।

আন এজন বিশিষ্ট লেখক নীৰেন চন্দ্ৰ দাসে মঞ্চত গীত পৰিৱেশন কৰোঁতে সাৱধান হ’ব লাগে বুলি কৈ একে কেইটা গীতকে সকলো শিল্পীয়ে পৰিৱেশন কৰিলে অন্য গীতসমূহ চৰ্চাৰ বাহিৰত থাকি যায় বুলি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

শাখাৰ সভাপতি ইন্দুমতী শইকীয়াই সভাপতিত্ব কৰা উদ্বোধনী সভাত সমল ব্যক্তি হিচাবে হেৰম্ব অধিকাৰী আৰু হলিৰাম নাথে কৰ্মশালাত সকলো ৰাইজৰ দিহা- পৰামৰ্শ বিচাৰে।

গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাস , ৰীণা তালুকদাৰ ( বইটামাৰী), প্ৰিয়াংশু চৌধুৰী আৰু জুতিকা ৰায়ে (বঙাইগাঁও)। শেষত অসম সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd