• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰৰ কুমাৰীকাটাত বিশ্ব এইডছ দিৱস পালন : সজাগতা সমদলৰ আয়োজন

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ  , December 2, 2018 4:16 pm

1 min read

IMG-20181202-WA0034
220
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে  বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত  কুমাৰীকাটাতো ১ ডিচেম্বৰ শনিবাৰে ৩৮  সংখ্যক বিশ্ব এইডছ দিৱস পালন কৰা হয়। বেচৰকাৰী সংস্থা নৱোদয় ফাউনণ্ডেশ্যন, সম্ভাৱনা, আৰু নাগ্ৰিজুলি উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা বিশ্ব এইডছ উপলক্ষে  এটা সজাগতা সমদল উলিওৱা হয়।

তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে উদ্বোধন কৰা সমদলটো ৰাইজিং ষ্টাৰ একাডেমি  স্কুলৰ পৰা আৰম্ভ কৰি কুমাৰীকাটা স্বাস্থ্যকেন্দ্ৰত সমাপ্ত কৰা হয়। দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ  বিজিৎ গৌৰা নাৰ্জাৰীসহ দুই শতাধিক ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলাই এই সমদলত যোগদান কৰে।

সজাগতা সমদলৰ শেষত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত কুমাৰীকাটা স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া অৰিন্দম কলিতা, সম্ভাৱনা সংস্থাৰ সভাপতি মীৰজান আলী, ৰাইজিং ষ্টাৰ একাডেমিৰ অধ্যক্ষ ঘনশ্যাম দাসসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত স্বাস্থ্য বিষয়া অৰবিন্দ কলিতাই  এইডছ্ ৰোগ কিদৰে বিয়পে, ইয়াৰ প্ৰতিকাৰ,  সম্পৰ্কে আৰু  এইডছৰ বিষয়ে কেনেদৰে সজাগতাৰ সৃষ্টি কৰিব পাৰি সেই বিষয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd