• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ উৎপত্তিস্থলৰ সন্ধানত য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰ পৰিদৰ্শন বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 9:56 am

1 min read

কোভিডৰ উৎপত্তিস্থলৰ সন্ধানত য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰ পৰিদৰ্শন বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ
169
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ উৎপত্তিস্থলৰ সন্ধানত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে বুধবাৰে য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰত উপস্থিত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰই কোভিডৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা য়ুহানৰ ইষ্টিটিউট অফ ভাইৰোলোজিৰ পৰীক্ষাগাৰ পৰিদৰ্শন কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে য়ুহানৰ স্বাস্থ্য সুবিধা আৰু য়ুহানৰ সাগৰীয় বজাৰ পৰিদৰ্শন কৰিছিল।

য়ুহানৰ সাগৰীয় বজাৰৰ পৰাই কোভিডৰ গণ সংক্ৰমণ আৰম্ভ হোৱা বুলি বিভিন্ন দেশে অভিযোগ উত্থাপন কৰিছিল।

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পাছত বাধ্যতামূলক দুসপ্তাহৰ কোৱাৰেণ্টাইনত থকাৰ পাছত প্ৰথমে য়ুহানৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰিছিল।

উক্ত চিকিৎসালয়খনতে কোভিড সংক্ৰমিত বিশ্বৰ প্ৰথম গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল।

পূৰ্বে চীন চৰকাৰে ভিছা সম্পৰ্কীয় বিভিন্ন বিষয় দেখুৱাই বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক য়ুহানত প্ৰৱেশৰ বাবে অনুমতি দিয়া নাছিল।

ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ এনে ভূমিকাৰ পাছত তীব্ৰ সমালোচনা হোৱাত চীনে পৰৱৰ্তী সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক চীন ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছিল।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd