DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
February 3, 2022 10:25 am
90
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো  বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় তিনিখন মহাবিদ্যালয় ক্ৰমে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কাজিৰঙাৰ চৰকাৰী আৰ্দশ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷

বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ লগত সংগতি ৰাখি পুৱাতেই ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ পুৱ বনাঞ্চল অগৰাতলিৰ চহলা বিলৰ পাৰলৈ লৈ যোৱা হয় ৷ অনুষ্ঠানত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই কাজিৰঙাৰ অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত চহলা বিলৰ পাৰত ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ আৰ্দ্ৰভূমি , ইয়াৰ সংৰক্ষণ আৰু গুৰুত্বৰ বিষয়ে তথ্যসহ বাখ্যা কৰা হয় ৷

কাজিৰঙাৰ ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে আদৰণী ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, প্ৰদীপ কুমাৰ বাৰ্মা, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশীৰ উপৰিও বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী সকলৰ উপৰিও স্থানীয় সাংবাদিক সকলেও অংশগ্ৰহণ কৰে ৷

পৰৱৰ্তী সময়ত অগৰাতলি ৰিজৰ্টত আয়োজিত মতবিনিময় অনুষ্ঠানত অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই সচিত্ৰ উপস্থাপনেৰে আৰ্দ্ৰভূমিৰ ওপৰত বাখ্যা কৰে ৷

আলোচনাত সঞ্চালক পি শিৱকুমাৰ, ডিএফঅ’ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অধ্যাপক মতিৰাম দাস, অধ্যপক সঞ্জীৱ বৰা, ড৹ পৰিমিতা খাকলাৰী, চয়নিকা বৰা আৰু ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে ৷

উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাইণ্ডেচন, ভূমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সদস্য সকলে অংশগ্ৰহণ কৰাৰ লগতে সহযোগিতাও আগবঢ়ায় ৷

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd