• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2024 10:07 am
Wrestling Federation of India
995
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন বিতৰ্কই জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে। মঙলবাৰে এক বিবৃতি যোগে ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে সদৰী কৰে এই সিদ্ধান্ত।

যোৱা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন বৈঠকৰ পিছত কিছু চৰ্ত সাপেক্ষে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিলম্বন বাতিল কৰাৰ সিদ্ধান্ত লয়। প্ৰধানতঃ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ চৰ্ত আৰোপ কৰিছে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থাটোৱে। এই নিৰ্বাচনত কেৱল খেলুৱৈসকল ভোটদান প্ৰক্ৰিয়াৰ অংশ হ’ব লাগিব বুলি লগতে নিৰ্দেশনা দিয়া হৈছে।

ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সকলো ইভেণ্টত, বিশেষকৈ অলিম্পিক গেমছ আৰু আন যিকোনো ডাঙৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ বাবে ট্ৰায়েলত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ অংশগ্ৰহণৰ বাবে বিবেচনা কৰা হ’ব বুলি মল্লযুঁজৰ সৰ্বোচ্চ সংস্থাটোক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে লিখিত নিশ্চয়তা প্ৰদান কৰিব লাগিব।

ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব লোৱা দেশৰ তিনি তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিককো যাতে কোনো বৈষম্যমূলক আচৰণ কৰা নহয়, ফেডাৰেচনে তাৰো নিশ্চয়তা প্ৰদান কৰিব লাগিব।

ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ এই সিদ্ধান্তৰ পিছত ফলত ভাৰতীয় মল্লযুঁজাৰুসকলে এতিয়া আগন্তুক ইউ ডব্লিউ ডব্লিউ ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰাৰ পথ মুকলি হ’ল। উল্লেখ্য যে ভাৰতীয় সংস্থাটোৱে যথাসময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে যোৱা বছৰৰ ২৩ আগষ্টত ইউ ডব্লিউ ডব্লিউৱে ডব্লিউ এফ আইক অস্থায়ীভাৱে নিলম্বন কৰিছিল।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd