• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ টেঙাপানীত বিশ্বৰ উচ্চতম বুদ্ধ মূৰ্তি উন্মোচন

NE NOW NEWS
, November 15, 2018 6:31 pm

1 min read

Buddha-statue-750x375
356
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ ওখ বাঁহেৰে নিৰ্মিত বুদ্ধ মূৰ্তিটো অৰুণাচলৰ টেঙাপানীত উন্মোচন কৰা হৈছে। এই মূৰ্তিটো ৪৫ফুট ওখ আৰু সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। এই বাঁহ ম্যানমাৰ আৰু অৰুণাচলত স্থানীয়ভাৱে ওপজে। ম্যানমাৰৰ পৰা অহা ৫০জনীয়া শিল্পীৰ এটা দলে প্ৰায় দুবছৰ ধৰি কাম কৰি এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়ায়। স্থানীয় বিধায়ক চাও তেৱা মেইনে এই মূৰ্তিটো দান দিয়ে।

এই তিনিদিনীয়া অনুষ্ঠানটো বুধবাৰে আৰম্ভ হৈছে আৰু অহা শুকুৰবাৰে অন্ত পৰিব। প্ৰধান ভিক্ষুগৰাকীয়ে সুদুৰ ম্যানমাৰৰ পৰা আহি এই উদ্বোধনী অনুষ্ঠানত যোগদান কৰে।

দাতা চাও তেৱা মেইনেই কৈছে যে মূৰ্তিটো নিৰ্মাণত ব্যৱহাৰ কৰা বাঁহ ৰাসায়নিকভাৱে ট্ৰিটমেণ্ট কৰা হৈছে আৰু এই মূৰ্তিটো ৫০০ বছৰলৈ ভালে থাকিব।

এই মূৰ্তিটোৰ উপৰিও ইয়াত এটা বিৰাট ধ্যান কেন্দ্ৰ আছে। মেইনে আৰু কৈছে যে এই আঞ্চলটোক এটা আধ্যাত্মিক পৰ্যটনৰ উপৰিও এটা পৰিৱেশ-পৰ্যটন কেন্দ্ৰ হিচাপে উন্নীত কৰিব বিচাৰে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd