• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি ভূৰবন্ধাত ৰকিবুল হুছেইন আৰু কেশৱ মহন্তক কটাক্ষ লেখিকা শিখা শৰ্মাৰ

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
April 3, 2022 8:58 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰি সমষ্টিত যেতিয়ালৈকে ৰকিবুল হুছেইন বিধায়ক হৈ থাকিব তেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ উন্নয়ন নহয়। এই মন্তব্য লেখিকা শিখা শৰ্মাৰ ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা গৰাখহনীয়া অঞ্চল হিচাপে পৰিচিত ভূৰবন্ধা অঞ্চলত আজি লেখিকা শিখা শৰ্মা উপস্থিত হৈ এসময়ৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু মন্ত্ৰী কেশৱ মহন্তক বিভিন্ন সমালোচনাৰে কটাক্ষ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে চামগুৰি সমষ্টিৰ ৪নং ভূৰবন্ধাকে ধৰি বহু কেইটা অঞ্চলত বিগত বহুবছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াই নৈপৰীয়া ৰাইজক যথেষ্ট ক্ষতি সাধন কৰি আহিছে।

লগতে পঢ়ক: খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ; বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ

Apply Now

আজি ৪নং ভূৰবন্ধা অঞ্চলকে ধৰি বহুকেইটা অঞ্চলত লেখিকা শিখা শৰ্মা উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে। বানপানী আৰু গৰাখহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি লেখিকা শিখা শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু কংগ্ৰেছ, এ.আই.ডি.ইউ.এফ.দলৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।

লেখিকা গৰাকীয়ে কয়, সচাঁ মিছা নাজানো মই, শুনিবলৈ পাইছোঁ ৱাকফ ব’ৰ্ডৰ মাটিৰ কেলেংকাৰী ঢাকিবলৈ বিধায়ক ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মাজত আছে গোপন মিত্ৰতা। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ দুই-একৰ সৈতে আছে বুজাবুজি।

তেওঁ লগতে কয়, ‘হিন্দুক সন্তুষ্ট কৰিবলৈহে নাগৰিকপঞ্জীৰ পুনঃনিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।‘

লগতে পঢ়ক: কনমানি কন্যা শিশুক বলাৎকাৰ: ৰাইজে মুখত চূণ সানি, চেণ্ডেলৰ মালা পিন্ধাই ঘূৰালে অভিযুক্ত লম্পটক

জিঅ’ বান্ধক ১০০ বছৰ গেৰেন্টি দিয়া কলিয়াবৰৰ বিধায়ক মন্ত্ৰী কেশৱ মহন্তকো কঠোৰভাবে সমালোচনা কৰে লেখিকা শিখা শৰ্মাই। বিজেপি চৰকাৰে স্মাৰ্ট ইণ্ডিয়াৰ কথাকৈ “টোল গেট”ৰ জৰিয়তে ৰাইজৰ পৰা স্মাৰ্ট ধন সৰকাইছে বুলি তীব্ৰ সমালোচনা কৰে লেখিকা গৰাকীয়ে ৷

বিদ্যুত জ্যোতি বৰা, চামগুৰি

বিদ্যুত জ্যোতি বৰা, চামগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd