• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাহিত্যৰ জে চি বি পুৰস্কাৰৰ জুৰীৰ বাবে নিৰ্বাচিত লেখক, অনুবাদক অৰুণি কাশ্যপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 2, 2020 9:52 am

1 min read

সাহিত্যৰ জে চি বি পুৰস্কাৰৰ জুৰীৰ বাবে নিৰ্বাচিত লেখক, অনুবাদক অৰুণি কাশ্যপ
1.8k
VIEWS
Share on FacebookShare on Twitter

তৃতীয় সংখ্যক সাহিত্যৰ জি চি বি পুৰস্কাৰৰ জুৰীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমৰ লেখক, অনুবাদক অৰুণি কাশ্যপ।

অৰুণি কাশ্যপৰ উপৰিও সংগীত নাটক একাডেমীৰ প্ৰাক্তন সভাপতি লীলা চেমছন, লেখক তেজশ্বী নিৰাঞ্জনা, নাট্যকাৰ আৰু নাট পৰিচালক ৰামু ৰামানাথন আৰু টাটা ষ্ট্ৰাষ্টৰ কলা আৰু সংস্কৃতি বিভাগৰ প্ৰধান দীপিকা চোৰাবজি জুৰীৰ সদস্য হিচাপে আছে।

জেচিবি সাহিত্য পুৰষ্কাৰ বিজয়ী গৰাকীয়ে ২৫ লাখ টকা লাভ কৰৰা বিপৰীতে নিৰ্বাচিত হোৱা লেখক সকলে এক লাখ টকাকৈ লাভ কৰে।

ইংৰাজী লেখাৰ উপৰিও অন্য ভাষাৰ লিখনিক ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এই পুৰস্কাৰৰ বাবে বিবেচিত কৰা হয়। এখনতকৈ অধিক সংখ্যক নিৰ্বাচিত পুথি অনুবাদ কৰিলে অতিৰিক্তভাৱে ৫০,০০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।

আনহাতে, অনুবাদৰ ক্ষেত্ৰত বিজয়ী গৰাকীয়ে ১০ লাখ টকা লাভ কৰিব পুৰস্কাৰ হিচাপে।

২০১৯ বৰ্ষত মাধুৰী বিজয়ৰ প্ৰথম উপন্যাস দ্যা ফাৰ ফিল্ডে এই পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছিল।

চলিত বৰ্ষৰ বিজয়ীৰ নাম ১ চেপ্তেম্বৰত ঘোষণা কৰাৰ বিপৰীতে নিৰ্বাচিত সকলৰ নাম ২৫ ছেপ্তেম্বৰত ঘোষণা কৰা হ’ব।

‘দ্যা হাউচ উইথ এ থাউজেণ্ড ষ্টোৰীজ’ৰ লেখক অৰুণি কাশ্যপে মামনি ৰয়ছম গোস্বামীৰ থেংফাখ্ৰী তেহচিলদাৰৰ তামৰ তৰোৱাল উপন্যাসখনো অনুবাদ কৰিছিল।

গুৱাহাটীৰ জন্মগ্ৰহণ কৰা অৰুণি কাশ্যপ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিন্নেচ’টাৰ বাসিন্দা।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd