• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৈশৱতে ধেমালিতে : মনোনয়ন লাভক লৈ ভুল বাতৰি পৰিৱেশনৰ প্ৰসংগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2019 5:35 pm

1 min read

শৈশৱতে ধেমালিতে :  মনোনয়ন লাভক লৈ ভুল বাতৰি পৰিৱেশনৰ প্ৰসংগ
324
VIEWS
Share on FacebookShare on Twitter

‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাখনে প্ৰথম অসমীয়া চিনেমা হিচাপে গ’ল্ডেন ৰীল এৱাৰ্ডলৈ বিদেশী ছবিৰ শিতানত ৬ টাকৈ শাখাৰ বাবে মনোনয়ন লাভ কৰা নকৰাক লৈ চলি থকা বিতৰ্কৰ এটা বাতৰিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে অলপতে ৰাজ্যৰ এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ পোৱা আৰু ছচিয়েল মিডিয়াৰ সূত্ৰৰ আঁত ধৰি নৰ্থ ইষ্ট নাওৱেও বাতৰিটো পৰিৱেশন কৰিছিল। কিন্তু চলচ্চিত্ৰখনৰ কৰ্তৃপক্ষই উক্ত বাতৰিটো ভুল ধৰণে পৰিৱেশিত হোৱা বুলি অভিযোগ কৰিছে।

প্ৰকৃততে অসমীয়া ছবিখনৰ পৰিচালক বিদ্যুৎ কটকীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ‘শৈশৱতে ধেমালিতে’ চিনেমাখনে গ’ল্ডেন ৰীল এৱাৰ্ডলৈ মনোনয়নৰ বাবে স্থান (shortlisted) পোৱা বুলি প্ৰকাশ কৰিছিল। কিন্তু এখন আগশাৰীৰ বাতৰি কাকতে মনোনয়ন পোৱা বুলি প্ৰকাশ কৰে। লগতে বাতৰিটোত শব্দযন্ত্ৰী অমৃত প্ৰীতমৰ বিষয়েও প্ৰকাশ পাইছিল। প্ৰকৃততে, প্ৰীতমে ফোনযোগে বাতৰিটো ভুলকে প্ৰকাশ পোৱা বুলি জনায়।

অৱশ্যে নৰ্থ ইষ্ট নাওতো বাতৰিতো মনোননয়ৰ বাবে স্থান (shortlisted) পোৱা বুলিয়েই প্ৰকাশ পাইছিল কিন্তু বাতিৰটোত প্ৰকাশ পোৱাৰ দৰে প্ৰীতমে চিনেমাখনৰ পৰিচালক বিদ্যুৎ কটকীক কোনো ধৰণৰ সমালোচনা কৰা নাছিল।

সি যি কি নহওক চলচ্চিত্ৰখনৰ জয়যাত্ৰা অব্যাহত থকাৰ সময়তে প্ৰকাশ পোৱা নেতিবাচক বাতৰি অৱশ্যেই দুৰ্ভাগ্যজনক। চলচ্চিত্ৰখনৰে আগন্তুক দিনত অধিক সাফল্য কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd