• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Yamaha RX100: ভাৰতৰ ৰাজপথলৈ উভতি আহিছে এই জনপ্রিয় বাইক! কেতিয়া আহিব বজাৰলৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 3:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Yamaha RX100 নাম ভাৰতৰ মটৰচাইকেল প্ৰেমীসকলৰ মাজত অতি পৰিচিত। বয়স, ভাষাৰ সীমা অতিক্ৰমি এই মটৰচাইকেল সাধাৰণ লোকসকলৰ হৃদয়ত স্থান লাভ কৰিছে। বাইকখন ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ য়ামাহাই প্ৰস্তুত কৰিছিল। এই বাইকখনৰ বিভিন্ন অংশ এতিয়াও উপলব্ধ। এতিয়া এই আইকনিক মটৰচাইকেলখন ভাৰতৰ ৰাজপথলৈ ঘূৰাই আনিব বিচাৰিছে য়ামাহাই।

এক শেহতীয়া সাক্ষাৎকাৰত ভাৰতৰ য়ামাহাৰ অধ্যক্ষ ইশিন চিহানাই কয় যে যদিও আগতে RX100 মুকলি কৰাৰ কোনো পৰিকল্পনা নাছিল, কোম্পানীটোৱে এতিয়া এই আইকনিক মটৰচাইকেলখন ঘূৰাই আনিব বিচাৰিছে। ইয়াৰ অৰ্থ হৈছে যে RX100 মটৰচাইকেলখন সোনকালেই ভাৰতৰ ৰাজপথলৈ ঘূৰি আহিব পাৰে।

Apply Now

অৱশ্যে, এই মটৰচাইকেলখন পুৰণি ২-ষ্ট্ৰোক ইঞ্জিনত মুকলি কৰা নহয়। পুৰণি ২-ষ্ট্ৰোক 100 CC ইঞ্জিনত এই মটৰচাইকেলখনে কেতিয়াও BS6 নিৰ্গমন নিয়ম অনুসৰণ  কৰিব নোৱাৰিব।

RX100 নাম দি যি কোনো বাইক মুকলি কৰিব নোৱাৰে Yamahaই । কাৰণ নতুন আৰ্হিটোত পুৰণি মডেলটোৰ ডিজাইনৰ ছাপ থাকিব লাগিব। যদিও আধুনিক সুবিধা থাকিইলেও এই বাইকখন ৰেট্ৰো ডিজাইনত মুকলি কৰিব পাৰে। আগতে এই আইকনিক মডেলটো ইয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে জনপ্ৰিয় আছিল। কোম্পানীটোৱে সেই প্ৰত্যাশা পূৰণ কৰিব লাগিব।

য়ামাহাৰ ২০২৫ চনলৈকে সকলো বোৰ মুকলি কৰাৰ লক্ষ্য ঠিক কৰি ৰাখিছে। ইয়াৰ অৰ্থ হৈছে নতুন RX100 ২০২৬ চনৰ আগতে মুকলি হোৱাৰ সম্ভাৱনা নাই। য়ামাহাই বৰ্তমান ভাৰতত 125CC স্কুটাৰ, 150 CC স্পৰ্টছ আৰু ষ্ট্ৰীট মটৰচাইকেল আৰু 250 CC ষ্ট্ৰীট বাইক বিক্ৰী কৰে। শেহতীয়াকৈ  এই মডেলবোৰৰ মূল্য বৃদ্ধি হৈছে। য়ামাহাই শীঘ্ৰেই ভাৰতত প্ৰিমিয়াম পাৰ্ফমেন্স মডেল মুকলি কৰাৰ বাবে সাজু হৈছে।

ইশিন চিহানাই এইটোও কয় যে বিভিন্ন স্কুটাৰৰ পৰীক্ষমূলক চালনা ইতিমধ্যে আৰম্ভ হৈছে। এই মডেলবোৰ ২০২৫ চনত মুকলি কৰা হ’ব। জাপানী কোম্পানীটোৱে বিদেশৰ বজাৰত বিক্ৰী হোৱা বৈদ্যুতিক স্কুটাৰৰ কিছুমান মডেল বিদেশৰ পৰা আমদানি কৰি ভাৰতত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।

য়ামাহাৰ বৰ্তমান ভাৰতত দুটা উৎপাদন গোট আছে। তাৰে এটা গ্ৰেটাৰ নয়ডাত আৰু আনটো চেন্নাইত অৱস্থিত। য়ামাহাই ভাৰতত নিৰ্মিত স্কুটাৰ আৰু মটৰচাইকেল বিশ্বৰ ৩০ খন দেশলৈ ৰপ্তানি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd