• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনৰোষৰ ভয়ত ৰাহুল গান্ধীক হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালক সাক্ষাতৰ অনুমতি প্ৰদান যোগী আদিত্যনাথৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 8:38 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ৰাহুল গান্ধীসহ পাঁচগৰাকীক উত্তৰ প্ৰদেশৰ হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালক সাক্ষাতৰ অনুমতি দিবলৈ বাধ্য হ’ল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

উল্লেখ্যে যে, ভগ্নী প্ৰিয়ংকা গান্ধীসহ ৩৫ গৰাকী কংগ্ৰেছী সাংসদৰ এটা বৃহৎ দল লৈ আজি ৰাহুল গান্ধীয়ে পুনৰ হাথৰাছৰ অভিমুখে ৰাওনা হয়।

Apply Now

কিন্তু দিল্লী আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী নয়দাত ৰাহুল গান্ধীৰ বৃহৎ দলটোক পুনৰ আগভেটা দি ধৰে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ এটা বৃহৎ বাহিনীয়ে।

উত্তৰ প্ৰদেশৰ আৰক্ষীৰ দলটোৱে ৰাহুল গান্ধীৰ দলটোক উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাত আজিও বাধা প্ৰদান কৰে।

ইফালে ৰাহুল গান্ধীয়ে এটা বৃহৎ দল লৈ হাথৰাছলৈ ৰাওনা হোৱাৰ খবৰ পায় উত্তৰ প্ৰদেশৰ নয়দাত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী উপস্থিত হয়।

ৰাহুল গান্ধীক হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালক সাক্ষাতৰ অনুমতি প্ৰদান নকৰিলে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্ত নয়দাৰ পৰিস্থিতি বিষম হোৱাৰ আশংকা কৰি উত্তৰ প্ৰদেশ চৰকাৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীসহ ৫ জন লোকক হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাতৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছতে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলটো শান্ত হয়।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ভগ্নী প্ৰিয়ংকা গান্ধীসহ ৰাহুল গান্ধীয়ে হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যাত্ৰা কৰিছিল যদিও সাক্ষাৎ কৰিবলৈ নিদি উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল।

আনকি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক দুৰ্ব্যৱহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ আৰক্ষী প্ৰশাসন।

ইফালে উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক গৃহবন্দী কৰাৰ লগতে সংবাদ মাধ্যমকো পৰিয়ালটোক সাক্ষাৎ কৰাৰ অনুমতি দিয়া নাছিল।

অৱশ্যে ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত আজি উত্তৰ প্ৰদেশ চৰকাৰে সংবাদ মাধ্যমকো নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাতৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd