• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ২০০ টকাতে ঘৰত বহি বনাওক লাইচেঞ্চ, চাওক কেনেদৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 2:22 pm
indian-driving-licence_0
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ এতিয়াও ভাৰতৰ বহু মানুহে চলাই আছে গাড়ী। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে সেই লোকসকলৰ বাবে লৈ আহিছে এক সুখবৰ।

পূৰ্বতে যি সকল লোকে ড্ৰাইভিং লাইচেঞ্চ বনোৱাৰ নামত হাৰাশাস্তি ভোগ কৰি আছিল সেই লোকসকলৰ বাবে এতিয়া লাইচেঞ্চ বনোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব।

Apply Now

যদি কোনোবাই বিচাৰে তেন্তে এতিয়াৰে পৰা ঘৰত বহিয়েই মাত্ৰ ২০০ টকাতে বনাব পাৰিব লাইচেঞ্চ।

কেনেদৰে কৰিব আবেদন

ঘৰতে বহি লাইচেঞ্চ পাবলৈ হ’লে প্ৰথমে আপুনি পৰিবহন বিভাগৰ ৱেবছাইট (parivahan.gov.in)ত লগ ইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি ড্ৰাইভিং লাইচেঞ্চৰ অনলাইন আবেদনৰ অপশ্যনত গৈ ফৰ্মখন লাভ কৰিব।

ইয়াৰ পিছত আপুনি আপোনাৰ সকলো তথ্য-পাতিৰ সৈতে ফৰ্মখন পূৰণ কৰক। ফৰ্মখন পূৰণ কৰোতে এটা কথা মনত ৰাখিব আপোনাৰ কোনো তথ্য যাতে ভুল নহয়। তদুপৰি ফৰ্ম পূৰণৰ সময়ত আপোনাৰ সৈতে আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয়।

এই খিনি হোৱাৰ পাছত আপুনি অনলাইন যোগে ২০০ টকাৰ পেমেণ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ মোবাইলত RTOৰ তৰফৰ পৰা এটা নিশ্চিতকৰণ বাৰ্তা (confirmation massage)  আহিব। তদুপৰি কোন দিনা ড্ৰাইভিং টেষ্ট হ’ব সেই বিষয়েও আপোনাক মেছেজযোগে জনাব।

আনহাতে ড্ৰাইভিং টেষ্ট দি অহাৰ ১৫ দিনৰ ভিতৰত আপুনি আপোনাৰ ঠিকনাত লাভ কৰিব লাইচেঞ্চ।

নাবালক সকলেও লাভ কৰিব লাইচেঞ্চ

ড্ৰাইভিং লাইচেঞ্চ নোহোৱা ১৬ বছৰীয়া লোকসকলেও এতিয়াৰ পৰা ইলেকট্ৰনিক বাইক চলোৱাৰ বাবে লাইচেঞ্চ লাভ কৰিব।

ইয়াৰ উপৰি অশিক্ষিত লোকসকলেও পাব গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ।

উল্লেখ্য যে ১৯৮৯ চনৰ কেন্দ্ৰীয় মটৰ পৰিবহন নিয়মৰ ৮ নম্বৰ নিয়ম মতে লাইচেঞ্চৰ বাবে কমেও অষ্টমমান শ্ৰেণী উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় আছিল। কিন্তু শেহতীয়াকৈ পথ পৰিবহন মন্ত্ৰণালয়ে এই নিয়ম উঠাই দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd