• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 3:20 pm

1 min read

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

উৎস-ইণ্টাৰনেট

114
VIEWS
Share on FacebookShare on Twitter

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ জনীয়াত আজি যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী যুৱ কংগ্ৰেছ কৰ্মী সকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তিয়ো দাহ কৰে।

যুৱ কংগ্ৰেছৰ কৰ্মী সকলে প্ৰতিবাদৰ জৰিয়তে দেশত পেট্ৰ’ল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য শীঘ্ৰে ৰোধ কৰাৰ বাবেও চৰকাৰক দাবী জনায়।

আনহাতে, প্ৰতিবাদ স্থলীত যুৱ কংগ্ৰেছী সকলে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত জনীয়াত শতাধিক কংগ্ৰেছ কৰ্মী গোট খায়।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd