• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মর্মান্তিক! আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত থাকোতেই যুৱকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2020 1:32 pm

1 min read

Story-3-1-1140x570-2-750x375

প্ৰতিনিধিত্বমূলক ফটো।

466
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ আমগুৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

অসম আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত হৈ থকা এজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ ঘটনা সংঘটিত হৈছে।

শিৱসাগৰৰ আমগুৰিৰ চামগুৰি অঞ্চলত আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলন ব্যস্ত আছিল যুৱকজন।

জানিব পৰা মতে, আমগুৰিৰ চামগুৰি বালি পথাৰ অঞ্চলৰ খগেন ফুকনৰ একমাত্ৰ পুত্ৰ মনোজ ফুকনৰ অনুশীলন স্থলীতে মৃত্যু হয়।

যুৱকজনৰ এনে অকাল মৃত্যুৰ বাতৰি পাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলনৰ সময়তে এইদৰে মৃত্যুক সাৱটি লোৱা যুৱকজনৰ পৰিয়াললৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

উল্লেখ্য যে অসম আৰক্ষীত চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছত ৰাজ্যখনৰ বহুতো যুৱকে আবেদন কৰাৰ পাছৰে পৰা শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰিছিল।

অৱশ্যে, শেহতীয়াকৈ আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছতে আৰক্ষীত নিযুক্তি কেলেংকাৰিৰ ঘটনা উন্মোচিত হৈ পৰিছে।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd