• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , March 22, 2019 3:13 pm

1 min read

Screenshot_20190322_140524

বনৰীয়া হাতীৰ আক্ৰমণত বিধ্বস্ত ঘৰৰ দৃশ্য

242
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলীত বৃহস্পতিবাৰে পুৱতি নিশা এটা  বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা ওলাই আহি তাণ্ডৱ চলায় ৷

খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোৱে দুটা ঘৰ সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰাৰ লগতে হাতীটোৰ আক্ৰমণত লক্ষ্মীমণি প্ৰজা নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰী গুৰুতৰভাৱে আহত হয় ৷

উল্লেখযোগ্য যে, কাষৰীয়া বনাঞ্চলৰ পৰা প্ৰায়ে এনে দৰে হাতী ওলাই আহি তাণ্ডৱ চলাই অহিছে যদিও মাৰ্ঘেৰিটা খণ্ড বন কাৰ্যালয় বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় জনসাধাৰণৰ মাজত৷

আনহাতে, আঘাতপ্ৰাপ্ত ছোৱালী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাত বাৰম্বাৰ যোগাযোগ কৰে যদিও ব্যৰ্থ হয়৷

প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰ, সম্পতি ধ্বংস কৰাৰ পাছতো স্থানীয় ভূক্তভোগী ৰাইজে এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাত ক্ষূব্ধ হৈ পৰিছে।

আনহাতে, মাৰ্ঘেৰেটাৰ নামটক নতুন লাইনতো বৃহস্পতি বাৰে নিশা এটা বনৰীয়া হাতীয়ে প্ৰবেশ কৰি টেপছা চয় নামৰ লোকজনৰ বাসগৃহ ভাভি চুৰমাৰ কৰে। হাতীটোৱে গোটেই নিশা অঞ্চলটোত বিচৰণ কৰি থকা বাবে অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd