• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ ছালাকাটিৰ শিক্ষক পৰিয়ালক অপহৰণ -হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ যুৱক

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
February 17, 2022 7:16 am
3.7k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ ছালাকাটিৰ শিক্ষক পৰিয়ালক অপহৰণ -হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ যুৱক।
মাজনিশা দাবী কৰা ধন লবলৈ লবলৈ অহা দুৰ্বৃত্ত জনক আৰক্ষী আৰু স্থানীয় লোকে হাতে লোটে ধৰা পেলায় ।

ধৃত দুৰ্বৃত্ত জনৰ নাম আনিছুৰ হক (২৮) । ঘৰ ছালাকাটি আৰক্ষী থানাৰ অন্তৰ্গত নয়াছৰা গাওঁ ।

LB বুলি নাম উল্লেখ কৰা হাতে লিখা ধনদাবী তথা ভাবুকি পত্ৰ প্ৰদান কৰা আৰু নিশা দুৰ্বৃত্ত জনক আটক কৰাৰ পিছত ঘটনাক কেন্দ্ৰ কৰি এলেকাৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছৰা গাঁৱৰ বাসিন্দা তথা শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনে চলিত ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে চোতালত LB নামৰ এটা অখ্যাত সংগঠনৰ নাম উল্লেখ কৰা অসমীয়া ভাষাত হাতে লিখা ধনদাবী কৰা পত্ৰ এখন লাভ কৰিছিল ।
যত লিখা আছিল দাবী কৰা পাঁচ লাখ টকা অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আদায় আদায় নিদিলে তেখেতৰ বাসুগাঁও চহৰত থকা সন্তানক অপহৰণ কৰা হব আৰু যদি বিষয়টো আৰক্ষীক জনোৱা হয় তেনেহলে ঘৰত গৈ পৰিয়ালৰ লোকক গুলীয়াই হত্যা কৰা হ’ব ।

তাৰ পিছত ৬ফেব্ৰুৱাৰী তাৰিখে শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনে ছালাকাটি আৰক্ষী চকীত যোগাযোগ কৰে ।

আৰক্ষীৰ পৰামৰ্শ মতে শিক্ষক জনে ঘৰত গোপনে CC TV কেমেৰা স্থাপন কৰে ।

১৪ ফেব্ৰুৱাৰীৰ মাজনিশা জেকেট পৰিধান কৰা আৰু মুখত মাস্ক পিন্ধা এজন যুৱকক শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনৰ বাসগৃহত পুনৰ আন এখন ধনদাবী পত্ৰ দি থৈ যোৱাৰ দৃশ্য CC TV কেমেৰাত বন্দী হয়।

ইংৰাজী আখৰ ব্যৱহাৰ কৰি হিন্দী ভাষাত (বহুত বানান ভুল) চৰম সকীয়নি ভৰা পত্ৰ লাভ কৰা পিছত আৰক্ষী আৰু শিক্ষক জনৰ আত্মীয় স্বজনে মিলি কালি নিশা দাবী কৰা ধন আদায় দিয়াৰ নাটক কৰি এখন জাল পাতে ।

আৰু কালি মাজনিশা অৱশেষত জালত আহি পৰে শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনৰ বাসগৃহৰ পাঁচশ মিটাৰ আঁতৰৰ ওচৰ চুবুৰীয়া তথা নয়াছৰা খণ্ড-৪ ৰ বাসিন্দা মোঃ আব্দুল আজিজৰ পুত্ৰ আনিছুৰ হক ।

এই ধনদাবী কৰা ঘটনাৰ আঁৰত অইন কোনো চক্ৰ জৰিত হৈ আছে নেকি এই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও দুই সন্তানৰ পিতৃ ধৃত আনিছুৰ ৰহমানক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd