DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু যুৱ ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 10:34 am
Founder-ACKHSA-President-Pradip-Dutta-Roy-calls-for-seperate-Barak-once-again-750x375

বৰাকৰ প্রাক্তন ছাত্ৰনেতা প্ৰদীপ দত্ত ৰয়। ফাইল ফটো

371
VIEWS
Share on FacebookShare on Twitter

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰাৰ বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ছাত্র-ছাত্রীৰ প্ৰতি অবাঞ্চিত বক্তব্য প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।

দত্তৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহণৰ মানৱাধিকাৰ খৰ্ব কৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রীসকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাস্প বিয়পোবাৰ অভিযোগ তুলি পৰিষদে শুকুৰবাৰে নগাঁও সদৰ থানাত দত্তৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

যুৱ ছাত্ৰ পৰিষদে প্ৰদীপ দত্ত ৰয়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে শুকুৰবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভায়ো এখন এজাহাৰ দাখিল কৰিছে। গুৱাহাটী পাণবজাৰ থানাত ছাত্ৰ সংগঠনটোৱে দত্ত ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Recent News

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd