• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৈয়দ মুস্তাক আলীৰ নিজ ৰাজ্যৰ সম্ভাৱনীয় দলত স্থান লাভ যুৱৰাজ সিং আৰু শ্ৰীশান্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 6:51 pm
210
VIEWS
Share on FacebookShare on Twitter

ঘৰুৱ ক্ৰিকেট খেলাৰ বাবে নিজৰ অৱসৰৰ সিদ্ধান্ত পৰিহাৰ কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নাম চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাৰ বাবে নিজৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।

পঞ্জাৱৰ ৩০ জনীয় সম্ভাৱনীয় দলত যুৱৰাজ সিঙৰ নাম অন্তৰ্ভূক্ত হৈছে।

২০০১ বিশ্বকাপ আৰু টি-২০ বিশ্বকাপত ভাৰতীয় দলক বিজয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যুৱৰাজ সিঙে বিগত জুন মাহত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষমা কৰিছিল।

পৰৱৰ্তী সময়ত যুৱৰাজে এই সিদ্ধান্ত সলনি কৰি তেওঁ ঘৰুৱা ক্ৰিকেট খেলাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

৩৯ বছৰীয়া বাওহতীয়া বেটছমেন গৰাকীয়ে পঞ্জাৱ ক্ৰিকেট এছ’চিয়েশ্যনৰ মোহালিত থকা ষ্টেডিয়ামত ইতিমধ্যে বেটিং অনুশীলন কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে।

আনহাতে, দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ এছ শ্ৰীশান্তৰো প্ৰতিযোগিতামূলক ক্ৰিকেটৰ মাজলৈ উভতি অহাৰ দুৱাৰ মুকলি হৈছে।

চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ বাবে কেৰালাই ঘোষণা কৰা সম্ভাৱনীয় ২৬ জনীয়া দলটোত শ্ৰীশান্তে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আই পি এলত স্পট ফিক্সিঙৰ অভিযোগত বিচিচিআইয়ে শ্ৰীশান্তক দীৰ্ঘ সময়ৰ বাবে নিষিদ্ধ কৰিছিল।

শ্ৰীশান্তৰ উপৰিও সঞ্জু সেমছন, শচীন বেবী, জলজ চাক্সেনা, ৰবীন উত্থাপা আৰু বেচিল থাম্পিও কেৰালা দলত স্থান লাভ কৰিছে।

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd