• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোৰ ল’ৰাই ভাৰতৰত্ন পোৱা উচিত আছিল,জীৱন ধ্বংস কৰিছে ধোনীয়ে’; যুৱৰাজৰ পিতৃৰ বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2024 2:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে পুনৰবাৰ মহেন্দ্ৰ সিং ধোনীক তীব্ৰ আক্ৰমণ শাণিছে। তেওঁ কয়, ‘’মই এম এছ ধোনীক কেতিয়াও ক্ষমা নকৰো। তেওঁ আইনাত নিজৰ মুখখন চাব লাগে। বৰ ভাল ক্ৰিকেটাৰ। তেওঁক প্ৰণাম জনাইছো। কিন্তু মোৰ ল’ৰাৰ লগত তেওঁ যি কৰিলে পাহৰিব নোৱাৰো। এতিয়া সকলো পোহৰলৈ আহিছে। সেইবোৰ পাহৰিব নোৱাৰি। তেওঁ মোৰ ল’ৰাৰ জীৱন নষ্ট কৰি পেলাইছে।”

তেওঁ লগতে কয়, ‘’ মোৰ ল’ৰাটোৱে আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলেহেঁতেন৷ মই সকলোকে প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে যুৱৰাজৰ দৰে পুত্ৰ সন্তান জন্ম দিয়ক। গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগেও কৈছে যুৱৰাজ সিঙৰ দৰে আৰু কাকো পোৱা নাযাব। কেন্সাৰ ৰোগ শৰীৰত লৈ খেলা আৰু দেশৰ বাবে বিশ্বকাপ জয় কৰাৰ বাবে তেওঁক ভাৰতৰত্ন দিয়া উচিত আছিল।”

লগতে পঢ়কঃ৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

Apply Now

উল্লেখ্য যে যুৱৰাজৰ পিতৃয়ে বিগত কেইবছৰ ধৰি ধোনীক নিয়মীয়াকৈ আক্ৰমণ কৰি আহিছে। তেওঁ দাবী কৰিছিল, ‘’মোৰ তেজ এতিয়াও উতলি আছে। ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে ধোনীয়ে ভাল বেটিং কৰা নাছিল। তেওঁ বিচাৰিছিল যে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হওক। তেওঁৰ নেতৃত্বত ভাৰতে ২৮ বছৰৰ পাছত বিশ্বকাপ জয় কৰে। তেওঁ বিচৰা নাছিল যে আন কোনো অধিনায়ক বিশ্বকাপ চেম্পিয়ন হওক।”

যোগৰাজে লগতে কৈছিল, ‘ৰবীন্দ্ৰ জাদেজাই ক্ৰীজৰ এটা মূৰত ভাল বেটিং কৰিছিল। তেওঁ ভাৰতীয় দলটোক যুঁজত ৰাখিছিল। ধোনীয়ে নিজৰ স্বাভাৱিক ক্ষমতা অনুযায়ী বেটিং কৰা নাছিল। তেওঁ যদি নিজৰ সামৰ্থ্যৰ ৪০ শতাংশও খেলিলেহেঁতেন তেন্তে আমি ৪৮ অভাৰত মেচখন জয়ী হ’লোহেঁতেন। কিন্তু ধোনীয়ে ইচ্ছাকৃতভাৱে ভাৰতীয় দলটোক হৰুৱাই পেলালে। তেওঁ নিজেই ডাঙৰ শ্বট খেলা নাছিল। তেওঁ জাদেজাক কৈ আছিল, তুমি মাৰা। ধোনীয়ে মিড অন, মিড অফ, মিড উইকেটৰ ওপৰেৰে শ্বট খেলিব পাৰিলেহেঁতেন। কিন্তু তেওঁ কোনো শ্বটেই খেলা নাছিল। মই বল ধৰি ধৰি কব পাৰো ধোনীয়ে কেনেকৈ ভাৰতীয় দলটোক ডুবাইছে।”

লগতে পঢ়কঃ দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

ইপিনে, প্ৰাক্তন সতীৰ্থ যুৱৰাজৰ পিতৃয়ে আক্ৰমণ অব্যাহত ৰখাৰ সময়তো ধোনীয়ে তেওঁক প্ৰত্যুত্তৰত আক্ৰমণ কৰিবলৈ অনিচ্ছুক। তেওঁ এতিয়াও যোগৰাজৰ বিৰুদ্ধে মুখ খোলা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd