DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“নিজৰ ঘৰৰ নিচিনা অন্য ঠাই হ’ব নোৱাৰে; ঘৰত থাকক সুৰক্ষিত থাকক: জুবিন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2020 11:33 am
1.3k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ যাত্ৰা আৰম্ভ কৰা অনুৰাগীৰ মাজত বাঘ হিচাপে খ্যাত জুবিন গাৰ্গ অহা মঙলবাৰে গুৱাহাটীত আহি উপস্থিত হ’ব।

এখন বিশেষ বাছত নিজ পত্নী আৰু দুজন সহযোগীৰ সৈতে অসমলৈ আহি আছে জুবিন গাৰ্গ। যোৱা ৮ মে’ত তেওঁলোকে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰে।

এক দীঘলীয়া বিৰতিৰ অন্তত এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে জুবিনৰ অনুৰাগী সকল।

সকলোৱে ফেইচবুক আৰু whatsapp ষ্টেটাছৰ জৰিয়তে ফটো সম্বলিত কৰি “আহি আছে বাঘ” “মৰমৰ জুবিন দা আহি আছে, শুভেচ্ছা থাকিল”, “জুবিন দাৰ যাত্ৰা শুভ হওক” ইত্যাদিৰে উপচাই পেলাইছে।

উল্লেখযোগ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত টাউন ক্লাবৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে শাৰীৰিক ভাৱে গুৰুতৰভাবে অসুস্থ হৈ পৰিছিল জুবিন।

তাৰ পাছতে প্ৰায় ২০ দিন গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ সুস্থ হৈ পোনে পোনে ৰাওনা হৈছিল মুম্বাইলৈ।

তাৰ পাছৰে পৰা দেশত ক’ৰ’ণা সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ২৪ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হোৱাৰ বাবে মুম্বাইতে আবদ্ধ হৈ পৰিছিল জুবিন।

ফলত, দীৰ্ঘদিন কাষৰ পৰা মৰমৰ শিল্পী গৰাকীক চোৱাৰ পৰা বঞ্চিত হৈ আছিল তেওঁৰ লক্ষ লক্ষ অনুৰাগী। সেয়েহে শিল্পীগৰাকীৰ অসমলৈ ৰাওনা হোৱা খবৰে বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd