• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাঞ্চনজংঘালৈ দৰ্শকৰ বিপুল সঁহাৰি; ৩ দিনতে ১.৩৮ কোটি টকা উপাৰ্জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 9, 2019 5:43 pm

1 min read

kanchanjangha

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

392
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

শুকুৰবাৰে মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জন কৰা কাঞ্চনজংঘাই যোৱা তিনিটা দিনত ১.৩৮ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

শনিবাৰে ছবিখনে ৩৮.৫ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে দেওবাৰে লাভ কৰে ৫৯.১ লাখ টকা।

দৰ্শকৰ এই বিপুল সহাৰিত উৎফুল্লিত হৈ পৰা জুবিনে তেওঁৰ ফেচবুকৰ পে’জৰ জৰিয়তে দৰ্শকক ধন্যবাদ জনায়।

উল্লেখযোগ্য যে মুক্তিৰ দিনাখনে ৪০ লাখ টকা উপাৰ্জনেৰে কাঞ্চনজংঘাই ভংগ কৰিবলৈ সক্ষম হয় মিছন চাইনাৰ অভিলেখ।

ছবিখন বৰ্তমানলৈকে মুক্তিৰ প্ৰথম দিনটোতে সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।

তেজপুৰ, অৰুণাচল আদি ঠাইৰ মনোৰম লোকেশ্যন দৃশ্যগ্ৰহণ কৰা কাঞ্চনজংঘাত জুবিন গাৰ্গে নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন মুখ্য চৰিত্ৰত আছে পবিত্ৰ ৰাভা, শশাংক শমিৰ, ৰুনু দেৱী ইত্যাদি।

অসমৰ লগতে কলকাতা, হায়দৰাবাদ, বাংগালুৰু, মুম্বাই,দিল্লীৰ ছবিগৃহতো কাঞ্চনজংঘাই মুক্তি লাভ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd