• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ বিষয়া পৰ্য্যায়ত ব্যাপক ৰদ-বদল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 4, 2018 11:29 pm
UntitledAassam police
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীত আজি ৪ আগষ্টত চৰকাৰে ব্যাপক ৰদ-বদল কৰিছে।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ পি এচ বিষয়া লীনা দলেক মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে, মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ পি এচ বিষয়া অমৰ চৌধুৰীক বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

Apply Now

বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাক গুৱাহাটীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত ৰূপে বদলি কৰা হৈছে। গুৱাহাটীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত ইনম শইকীয়াক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

দুলীয়াজানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিঙক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

নগাঁৱৰ বৰহমপুৰৰ নৱম অসম আৰক্ষী বেটেলিয়নৰ ২য় ভাৰপ্ৰাপ্ত বিষয়া নিৰ্মল বৈশ্য গুৱাহাটীলৈ চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

মান্দাকাটাৰ চি ডি অ’ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক মৃন্ময় দাসক কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰূপে বদলি
বদলি কৰা হৈছে। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া জ্যোতিৰঞ্জন নাথক হোজাইৰ উপ আৰক্ষী অধীক্ষকৰূপে দায়িত্ব দিয়া হৈছে।

ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুক হোজাইৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

গুৱাহাটীৰ ট্ৰেফিকৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰূপজ্যোতি কলিতাক গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে। গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকক মান্দাকাটাৰ চি ডি অ’ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে।

হোজাই সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কাকলি বন্যা বৰুৱাক বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে। হোজাইৰ উপ আৰক্ষী অধীক্ষক প্ৰফুল্ল কুমাৰ বৰাক গুৱাহাটীৰ যান-বাহন শাখালৈ বদলি কৰা হৈছে।

বাক্সাৰ ২৪ বেটেলিয়নৰ উপ আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰক যোৰহাটৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

ওদালগুৰিৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক স্বপন কুমাৰ শীলক শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd