• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত বাঢ়িছে দলীয় কন্দল : এইবাৰ ৰকিবুল আৰু দুলু আহমেদৰ বাকযুদ্ধ

নৱাৰুণ গুহ by নৱাৰুণ গুহ
March 5, 2018 8:40 pm
Rakibul-Hussain-addressing

ৰকিবুল হুছেইনৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বিপৰ্য্যয় চলি থকাৰ মাজতে কংগ্ৰেছ দলটোক দলত চলি থকা অভ্যন্তৰীণ বিবাদেও ভিতৰি জুৰুলা কৰিছে। অলপতে পাৰ হৈ যোৱা অনিল ৰাজাৰ ধুমুহাৰ পিছত দলটোৰ দুই নেতা ৰকিবুল হুচেইন আৰু দুলু আহমেদৰ মাজৰ আন এক বাকযুদ্ধই এই কথা অধিক উদঙাই দিলে।

জানিব পৰা মতে অনিল ৰাজাৰ সমৰ্থক কিছুমান কংগ্ৰেছ কৰ্মীয়ে ৰকিবুল হুচেইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মুণ্ডন কৰিছিল।

Apply Now

হাজোত হোৱা এই মুণ্ডন কাৰ্য্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰকিবুল হুচেইনে মন্তব্য কৰিছিল এইদৰে, ‘এই কাৰ্য্য যিসকলে কৰিছে, তেওঁলোক প্ৰকৃত কংগ্ৰেছকৰ্মী হ’ব নোৱাৰে। এইটো কংগ্ৰেছৰ সংস্কৃতি নহয়। লগতে হাজো হ’ল চহকী পৰম্পৰাৰ ঠাই। সেই ঠাইৰ মানুহে এনেকুৱা কাম কৰিছে বুলি মই বিশ্বাস নকৰো।’

ৰকিবুলৰ এই মন্তব্যৰ সমালোচনা কৰি দলটোৰ আন এজন উল্লেখযোগ্য নেতা হাজোৰ দুলু আহমেদে কয়, ‘এইটো লাজৰ কথা যে ৰকিবুলে তেওঁৰ নিজৰ দলৰ মানুহক অৱজ্ঞা কৰিছে। তেওঁ কেৱল চামগুৰিতহে কংগ্ৰেছৰ মানুহ আছে বুলি ভাবে। তেওঁ আমাক হাজোৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে সোঁৱৰাই দিব নালাগে। তেওঁ কেতিয়াও হাজোত হোৱা কোনো দলীয় সভাতে উপস্থিত নাছিল। তেওঁ কেনেকৈ জানিব কোন দলৰ আৰু কোন দলৰ নহয়? কালি যিসকলে মুণ্ডন কৰিছিল তেওঁলোক কংগ্ৰেছৰ সক্ৰিয় সদস্য আৰু তেওঁৰ যদি কিবা সন্দেহ আছে মোৰ পৰা প্ৰমাণ বিচাৰক।’

তাৎপৰ্য্যপূৰ্ণভাৱে কালি প্ৰতিবাদ স্বৰূপে মুণ্ডন কৰাসকলৰ পৰিচয় সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ কোনো সঠিক তথ্য নাই। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই কয়, ‘তেওঁলোক দলৰ প্ৰকৃত কৰ্মী নে কংগ্ৰেছৰ অভ্যন্তৰীণ শৃংখলাত আউল লগাবলৈ চেষ্টা কৰা কোনোবা উদণ্ড সেইটো আমি জানিবলৈ এতিয়াও বাকী আছে। দলটোৱে এই সন্দৰ্ভত এটা তদন্ত কৰিব।’

উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনৰ বিৰুদ্ধে মন্ত্ৰিত্বৰ কালত দুৰ্নীতিৰে ধন আহৰণৰ তথ্য ৰাজহুৱা কৰি অনিল ৰাজা নামৰ কংগ্ৰেছ নেতাজনে চাঞ্চল্যৰ সৃষ্টি কৰিছিল দুদিনমানৰ পূৰ্বে। পিছত দলীয় ভাবমূৰ্তি বিনষ্ট কৰাৰ অভিযোগত তেওঁক অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছিল।

নৱাৰুণ গুহ

নৱাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd