• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীলৈ প্ৰাকৃতিক গেছ পাইপলাইন সম্প্ৰসাৰিত কৰাত সেউজ সংকেত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰক পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 9:58 pm
pipeline-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ুনিয়ন পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জনাইছে যে পেট্ৰলিয়াম এণ্ড নেছাৰেল গেছ ৰেগুৰেটৰী ব’ৰ্ডে গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা গুৱাহাটীলৈ  সম্প্ৰসাৰিত হ’বলগীয়া উৰ্জা গংগা পাইপলাইনলৈ সেউজ সংকেত প্ৰদান কৰিছে।

ইণ্ডিয়া টু’ডেত প্ৰকাশিত এটি প্ৰতিৱেদনত য়ুনিয়নপেট্ৰলিয়াম মন্ত্ৰীজনে কৈছে যে গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা জগদীশপুৰ-হালদিয়া-বোকাৰো-ধামৰা  প্ৰাকৃতিক গেছ পাইপলাইনৰ অবিশ্চেদ্য অংশ হিচাপে বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইনৰ নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণত চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছে।

Apply Now

প্ৰতিৱেদন অনুযায়ী, গেছ অথৰিটি অৱ ইণ্ডিয়াই বৰ্তমানলৈকে ১২,৯৪০ কোটি টকা ব্যয়সাপেক্ষে উত্তৰ প্ৰদেশৰ জগদীশপুৰৰ পৰা পশ্চিমবংগৰ হালদিয়া আৰু ঝাৰখণ্ডৰ বোকাৰো আৰু উড়িষ্যাৰ ধামৰালৈকে ২,৬৫৫ কি:মি: পাইপলাইন বহুৱাইছে।

লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত য়ুনিয়ন মন্ত্ৰীজনে কয় যে বিহাৰৰ বাৰাউনীৰ পৰা গুৱাহাটীলৈকে পাৰি দিবলগীয়া পাইপলাইনৰ দৈৰ্ঘ ৬৭২ কি:মি: হ’ব আৰু ইয়াৰ পৰিধি হ’ব ২৪ ইঞ্চি।

বাৰাউনীৰ প্ৰস্তাৱিত প্ৰধান ট্ৰাংক পাইপলাইনটো পশ্চিম বংগৰ শিলিগুড়ি, অসমৰ বঙাইগাওঁ আৰু পাছত গুৱাহাটীলৈ অনা হ’ব বুলি য়ুনিয়ন মন্ত্ৰীজনে জনাইছে।

এই প্ৰকল্পটো ২০২১-২২ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু ব্যৱহাৰকাৰীৰ অধিকাৰ (আৰ অ’ ইউ) প্ৰাপ্তিৰ প্ৰথম জাননীৰ পৰা ৩৬ মাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

মন্ত্ৰীজনে জানিবলৈ দিয়া মতে এই বিষয়ত ২০১৮ৰ ফেব্ৰুৱাৰিৰ ৩ তাৰিখে অসম চৰকাৰ আৰু গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বক্ষৰিত হয়।

বুজাবুজিৰ চুক্তি অনুযায়ী অসম চৰকাৰে  ৰাজ্য চৰকাৰৰ প্ৰচলিত নীতি/আইন/ব্যৱস্থা অনুসৰি  গেছ অথৰিটি অৱ ইণ্ডিয়াক সংশ্লিষ্ট বিভাগৰ পৰা প্ৰয়োজনীয় অনুমতি/পঞ্জীয়ন/ অনুমোদন/অনুমতি আদি লাভ কৰাৰ সুবিধা কৰি দিব।

প্ৰতিৱেদনত প্ৰকাশ হোৱা মতে জগদীশপুৰ-হালদিয়া-বোকাৰো-ধামৰা পাইপলাইনটো ২০১৯-২০ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd