• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি আই এম টি আৰু এ এছ টি য়ুৰ উদ্যোগত ‘কাৰিকৰী শিক্ষাত গৱেষণাৰ ভূমিকা আৰু গুৰুত্ব’ শীৰ্ষক আলোচনাচক্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 8:14 pm
GIMT-Guwahati

প্ৰতীকী ছবি। জি আই এম টি, গুৱাহাটী।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৱেষণা হ’ল মানৱ সমাজৰ অগ্ৰগতিৰ মূল চালিকা শক্তি। গৱেষণা এটা ব্যাপক আৰু জটিল ধাৰণা আৰু নতুন জ্ঞানৰ বিকাশত গৱেষণাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ভাৰতত কাৰিকৰী শিক্ষাই গৱেষণা আৰু বিকাশৰ পটভূমিৰ ভূমিকা লৈ আহিছে।

Apply Now

কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানবোৰৰ গৱেষণাৰ পৰিৱেশে চিন্তন ক্ষমতা উন্নত কৰাত সহায় কৰিছে। ই শিক্ষক সমাজক কেৱল তেওঁলোকৰ শৈক্ষিক জীৱনতে সহায় নকৰে, লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট শৈক্ষিক ক্ষেত্ৰৰ প্ৰাসংগিকতা তথা সময়োপযোগিতা বুজি পোৱাত গৱেষণাৰ ভূমিকা সম্পৰ্কতো ধাৰণা দিয়ে।

কাৰিকৰী শিক্ষাত গৱেষণাৰ এই গুৰুত্ব আৰু ইয়াৰ ভূমিকাক বুজিবৰ বাবে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি (GIMT) আৰু আছাম ছায়েন্স এণ্ড টেকন’ল’জি য়ুনিভাৰ্ছিটি (ASTU)-এ যুটীয়াভাৱে দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ ‘সামন্ত্ৰণা’ৰ আয়োজন কৰিছে। অহা ১৮ আৰু ১৯ জানুৱাৰিত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি (GIMT)ৰ চৌহদত হ’ব লগা এই আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল ‘কাৰিকৰী শিক্ষাত গৱেষণাৰ ভূমিকা আৰু গুৰুত্ব’।

উল্লেখযোগ্য যে এইটো সামন্ত্ৰণাৰ (SAMANTRANA) দ্বিতীয় সংস্কৰণ। এই আলোচনা চক্ৰৰ মূল উদ্দেশ্য হ’ল কাৰিকৰী শিক্ষাত গৱেষণাৰ মূল্য সম্পৰ্কে বোধ জন্মোৱা আৰু অসম তথা উত্তৰ-পূবত উচ্চ দক্ষতাসম্পন্ন মানৱ সম্পদ বিকাশৰ বাট মোকলোৱা।

আলোচনাচক্ৰখনত গুৱাহাটীৰ আই আই টি, মিজোৰামৰ এন আই টি আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কেইবাজনো বিশিষ্ট পৰ্য্যায়ৰ শিক্ষাবিদ আৰু গৱেষকে অংশ গ্ৰহণ কৰিব।

আলোচনাচক্ৰখনত বিষয়বস্তুবোৰক একাধিক শাখাত ভাগ কৰা হৈছে, যাৰ ভিতৰত আছে : কাৰিকৰী শিক্ষাৰ সাম্প্ৰতিক ৰেহৰূপ (the current scenario of technical education), কাৰিকৰী শিক্ষাত গৱেষণা (Research in technical education), বৌদ্ধিক সম্পত্তিৰ স্বত্ব (Intellectual Property Rights), অভিযোজনা আৰু মানৱ জীৱনত ইয়াৰ প্ৰভাৱ (, Innovation and its impact in changing human lives) আৰু কাৰিকৰী বিষয়ত স্নাতকসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ বাবে দক্ষতাৰ বিকাশ (Skill Development to enhance the employability of Engineering Graduates)।

শিক্ষক, শিক্ষাবিদ আৰু গৱেষক পণ্ডিতসকলক এই গুৰুত্বপূৰ্ণ দুদিনীয়া কাৰ্য্যসূচীটোত যোগদানৰ বাবে আয়োজকসকলে আহ্বান জনাইছে। আগ্ৰহীসকলে http://www.gimt-guwahati.ac.in/samntrana/index.html এই লিংকটো ক্লিক কৰি সবিশেষ জানিব পাৰিব বা তলত দিয়া যোগাযোগৰ ব্যৱস্থাত ইমেইল বা ফোন কৰি যোগাযোগ কৰিব পাৰিব। email : [email protected]

Contact number +91 7086567051, +91 9864504431, +91 8638048669

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd