• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দুৰ্গম বাট-পথৰ বাবে বিদ্যালয়লৈ যাবলৈ অপাৰগ উত্তৰ-পূৰ্বাঞ্চলৰ শিশু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 5:04 pm
school-children-
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় সংসদৰ দ্বাৰা সম্পন্ন কৰা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে-২০১৭-১৮ চনৰ ৰাজ্যিক প্ৰতিৱেদনত প্ৰকাশিত হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ এক চতুৰ্থাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়ত পঢ়া-শুনা কৰাৰ বাবে অত্যন্ত আগ্ৰহী হোৱা স্বত্তেও বিদ্যালয়লৈ যাবলৈ অসুবিধা পায়।

এই জৰীপটোৰ মতে এই এলেকাটোৰ বিভিন্ন এলেকাৰ মাজত শোচনীয় পথ যোগাযোগেই হৈছে বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীৰ বাবে ডাঙৰ বাধা।

Apply Now

বহুতো বিদ্যালয়লৈ অহা-যোৱা কৰা বাট-পথসমূহৰ অৱস্থা অত্যন্ত শোচনীয় আৰু সেয়েহে ভৌগোলিকভাৱে আচুতীয়া হৈ থকা ঠাইৰ ল’ৰা-ছোৱালীয়ে বিদ্যালয় এৰাৰ কৰাৰ বাবে বাধ্য হৈ পৰে।

শেহতীয়াভাৱে প্ৰস্তুত কৰা জৰীপটোত প্ৰকাশিত হোৱা মতে অৰুণাচলৰ তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীলৈকে ৩০ শতাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাবলৈ টান পায়, যদিও তেওঁলোকৰ ৯৬ শতাংশ শিক্ষাৰ্থী অধ্যয়নৰ বাবে আগ্ৰহী।

মেঘালয়ৰ তৃতীয় মানৰ ২৬ শতাংশ পঞ্চম মানৰ ২৫ শতাংশ আৰু অষ্টম মানৰ ৩১ শতাংশ শিক্ষৰ্থীয়ে বিদ্যালয়লৈ যাবলৈ টান পায়। ৰাজ্যখনৰ ৯৭ শতংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।

অনকি অসমতো পৰিস্থিতি বেলেগ নহয়। বিদ্যালয়লৈ যোৱাটো অসমত এতিয়াও এটা কষ্টসাধ্য কাম।

প্ৰতিৱেদনটোত কোৱা হৈছে যে তৃতীয় মানৰ ২১ শতাংশ, পঞ্চম মানৰ ১৯ শতাংশ আৰু অষ্টম মানৰ ২৪ শতংশই বিদ্যালয়লৈ যাবলৈ টান পায়।

আনকি, দেশৰ ভিতৰতে সৰ্বাধিক স্বাক্ষৰতাৰ হাৰ থকা অন্যতম ৰাজ্য  ত্ৰিপুৰাতো তৃতীয় মানৰ ২৫ শতাংশ, পঞ্চম মানৰ ২৩ শতাংশ আৰু অষ্টম মানৰ ২২ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৭ শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।

মণিপুৰত তৃতীয় মানৰ ২৩ শতাংশ, পঞ্চম মানৰ ২৬ শতাংশ আৰু অষ্টম মানৰ ৩১ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৰাজ্যখনৰ ৯৭ শতাংশ শিশু নিয়মিতভাৱে বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।

নাগালেণ্ডত তৃতীয় মানৰ ২০ শতাংশ, পঞ্চম মানৰ ২৩ শতাংশ আৰু অষ্টম মানৰ ২৫ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৮শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।

আন এখন অধিক স্বাক্ষৰতাৰ হাৰ থকা ৰাজ্য মেঘালয়ৰ ছবিখন কিছু উন্নত।

মিজোৰামত তৃতীয় মানৰ ১১ শতাংশ, পঞ্চম মানৰ ১০ শতাংশ আৰু অষ্টম মানৰ ৭ শতাংশই শোচনীয় বাট-পথ আৰু দুৰ্গম স্থানৰ বাবে বিদ্যালয়লৈ যাবলৈ টান পায়। প্ৰতিৱেদনটোৰ মতে ৯৮ শতাংশ শিশু বিদ্যালয়লৈ যাবলৈ আগ্ৰহী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd